সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০৮ ব্যথাৰ সব

_ কিন্তু কথাৰ অন্ত নপৰিল। তেখেতৰ কথাত যেন মোহিনী শক্তি আছে। বাস্তৱিকতে কিছুমানে বৰ বঢ়িয়াকৈ কথা কব জানে । তাত হয়তো থাকে বক্তাৰ মধুৰ ব্যক্তিত্ব । আমি তেনে কথাত মুগ্ধ হওঁ ৷

তেখেতৰ লগতে যাব লগাত পৰিলৌ | বহা খোটালী- টোত ছুয়ো বহিলোগৈ 1 চাকৰটোৱে লেমটো আনি দি গ’ল ৷ খোটালীটোৰ চাৰিওফালে এবাৰ চকু ফুবাই চালো । ইয়াৰ ভিতৰতে বেৰত ছবি উঠিছে। আজি যেন তাৰো জীৱনত পূর্ণতা! এখন ছবিৰ প্রতি মন আকৃষ্ট হ'ল। এখন হাবিব মাত ছুটা হবিণা | হুয়ো মুখামুখি হৈ ওচবা- ওচবিকৈ শুই আছে । ককণতাভবা চকু দুইযুৰিয়েদি বাগৰি পৰিছে এক মধুৰ প্রীতি ভার । এনেবোৰ ছবি মোৰ বৰ ভাল লাগে | ছবিৰ গৰাকীৰ কচি জ্ঞানক মনে মনে ধন্যবাদ দিলে! | কৈ উঠিলো-_প্ছবিখন সুন্দৰ 1৮

“এইখন মোৰ এজন wa আঁকি দিয়া,” এই বুলি কৈ তেখেতে মাত দিলে, "অন্তু !”

নীলা চঞ্চল চকুযুৰি দাঙি ধৰি তাই আহি ওচৰত fea দিলেহি। তাইক তামোল আনিবলৈ পঠাই তেখেতে কলে, এইজনীয়ে মোৰ ছোৱালী |” তেখেতে| গভতবলৈ গ'ল)

অলপ পিছতেই ay আহিল-_হাতত সক বটাটি আৰু মুখত মিচিকিয়া হাহি। ওচৰলৈ মাতি আনি তাইৰ কোমল হাত এখনি মোৰ হাতৰ মাজত লৈ সুধিলে, “তোমাৰ নামটি কি আইকণ ?”