১০৬ ব্যথাব স্মৰ
“আপুনি যে দহ বছবমান ইয়াতে আছে আক কাছাবীত কাম কৰে তাকে কলো ৮
“এয়ে আটাইখিনি হ'ল নে ?” কথাখিনি কৈয়ে ভাবো৷, এই বৈচিত্রহীন জীৱনৰ আৰু নো কি কথ আছে ? এই দহ বছৰৰ কাহনী__ইয়াত থকা আৰু কাছাৰীলৈ যোৱা - SHE! ইয়াৰ বাহিবেতো আৰু একো নাই। পঁনঃশব্দে এটি হুযুনিয়াহ অন্তৰৰ পৰা ওলাই বতাহত মিলি যায় |
"বিয়া-বাৰু হৈছেনে নাই বুলি তেখেতে সুধিছিল । মই নাই হোৱা বুলি কৈছো”- সি কলে ৷
“তই জানো জান মোৰ Pam হৈছে নে নাই 2”
সি অলপ লাজত পাৰিল |
“TAM হোৱাহেঁতেন---------- |)
তাক কথাষাৰ শেষ কৰিব নিদি স্বুধিলে, প্বাবু ক’ৰ পৰা আতিছে সুধিছ ?”
“হয়। তেজপুৰৰ পবা আহিছে বোলে । পোষ্টাফিচত কাম কবে।”
চাহ খোৱাৰ ীপছতেই শেতেলীত বাগৰ শদলে | তাহানি স্কুলীয়া-জীৱনৰ পৰাই এই অভ্যাস | এই সময়খিনিতে কত কল্পনা, কত ভার যে মনলৈ আহে তাৰ অন্ত নাই । আজি কিন্ত লগুরাটোরে মনত পেলাই দিয়া, এনেকৈয়ে অতীত হোৱা বছৰ দহোটাৰ কথাকে ভাবিবলৈ ধাঁবলে |
আধাধণ্টামান পিছতে কোনোব| এজন মানুহ এইফালে অহা গম পালে৷ | উঠি বহি, “অ’আহক” বুলি তেখেতক
_ দ্ননলৱোছা রাঃ