সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

১০০ ব্যথাৰ Bs

খন উলিয়াই তেওঁৰ হাতত দিলে৷ ৷ তেওঁ মোব হাতত ঘৃবাই দি কলে,-“তেনেহলে ছবছৰৰ Sta যাতনাৰ পিছত আজি আমাৰ মিলন সার্থক হ’ল। এয়ে সত্য--চৰসতা মিলন ৷ এই প্রাণহীন কমালখনে আমাৰ প্রথম মিলনৰ শীদনটোৰ স্মৃতি এতিয়াও জীয়াই বাণখছে । এইখনেবেই মোৰ মুখৰ ঘামবোৰ আপুনি নিজ হাতে মচি দিছিল। স্মৃতিচিন হিচাবে আপুনি এইখন ৰাখক ৷ আপুনি--আৰু আপুনি কিয়, তুমি--তুমিয়ে মোৰ জীৱনৰ আৰাধ্য দেৱতা, তুমিয়ে মোৰ সকলো । সমাজে যাক মোৰ স্বামী বুলি

জানে, তেওঁকতো মই কোনোদিনে প্রাণ-মন দিব পৰা| নাই |;

মোৰ এই প্রাণ, এই হৃদয় একমাত্র তোমাকেই দি আহিছোঁ৷ ৷ ইয়াৰ ওপৰত সমাজৰ আধিকাৰ নাই, আই-পিতাৰ অধিকাৰ নাই । তুমি মোক ইবাৰ যেন নেঠেলা, Par: হয়তো মই নার্বাচিম | বুকুখন বৰকৈ ধৰফৰাব ধৰিছে । গাটে| আকৌ বেয়া লাগি আহিছে । হয়তো আজিয়ে তোমাক এবি যাব লাগিব | অন্ততঃ এটি মুহূৰ্ত্তৰ বাবেও মোৰ এই জীৱনৰ সার্থকতা আনি দিয়া গপ্রয়তম 1 এই বুল তেওঁ হাত দুখন আগবঢ়াই আকুল আগ্রহেবে মোৰ ফালে চাই ৰ’ল | মই লাহেকৈ তেওঁৰ তপত দেহটো সাৱটি ধাৰি তপত গালত মোৰ আকুল ওঁঠ দুটা হেঁচি ধৰিলে | ইমানদিনৰ foes, IVT fet? যেন চিৰশান্তি লাভ কবিলে ৷ তেওঁৰ মুখত এক অপূৰ্ব্ব জ্যোতি বিৰিঙি উঠিল। ক্ষীণকণ্ঠে তেওঁ কলে, “Ta জীৱনত আকৌ একেলগ লাশগম ৷ ইবাৰৰ

ত. এ&

[hoe ৪.