সমললৈ যাওক

পৃষ্ঠা:ব্যথাৰ সুৰ.pdf/১০৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ব্যথাৰ সব a>

মৃত সমাজৰ বিবেচনা শক্তি নাথাকে ৷’ প্রভাৰ কথাবোৰৰ Toss ঘি এটি সত্যৰ আভাস পাওঁ তাৰ প্ৰতিষ্ঠাৰ কাৰণে যেন সমাজলৈ বিপ্লৱ আনিম এনে ইচ্ছা হয় । “আপোনাৰ ভ্ৃদয়ৰ চুকৰ এফোঁৰ মৰমৰ ঠাইৰ মই যে কাঙালিনী আছিলো, ককাই দেও !”, তেওঁ বৰ আবেগত কয়। লগে লগে ৰিহাৰ আচলেবে মুখখন ঢাকি উচুপিবলৈ ধৰিলে। যাৰ কাৰণে মই দেশত্যাগী আৰু আজিও অকলশৰীয়াকৈ অনাই বনাই ঘূৰি আছে।, সেই ৰত্ন হাততে পায়ো জানে| নিজব কৰিব afar) ভুমুণীনয়াহ এটি কাঢ়ি কৈ উঠিলো, “প্রভা! মোব ভুলৰ বাবে ক্ষমা কীববা দেই | এই ভুলৰ “ITS হয়তো গোটেই জীবন ব্যাপি ভুগিব লাশীগব 1৮ বর্তমানৰ কথা একেবাৰে পাহৰি ভাৱৰ উচ্ছাসত তন্ময় হৈ থাকিলৌো | দুখ আৰু আনন্দৰ হেন্দোলনিত মনৰ অবস্থা! কিবা হৈ ota) তেওঁ শীকটুপৰ মনে মনে থাকল | চকুলোৰে গাকটো। তিতি যাবলৈ ধৰিলে । মনৰ এনে উত্তেজনাৰ আবেগত হয়তো জ্বৰ আকৌ বাঢ়িছে । বুকৰ দুর্বলতাও বাঢ়িব পাবে | যিয়ে নহ'ক, সেই বিষয়ে আৰু মন কৰিবৰ ইচ্ছা নগ’ল | শৰীৰ বা মনবৰ শক্তি যেন নাইকীয়া হ’ল | মনৰ অচল অবস্থাটোলৈয়ে মাত বোল নোহোৱাকৈ বহি থাকিলোঁ। কিছুপৰৰ মূৰত তেওঁ চাবিকোচা মোৰ হাতত দিলে | ওচৰতে এটা ছুটকেছ আছিল ৷ সেইটো৷ মোল তাৰপৰা বৰ যতনেৰে থৈ দিয়া ৰুমাল এখনি আশীনব কলে ৷ সেই-