৯৬ বাথাৰ সুৰ
এৰি যোৱাৰ লগে লগে মোক আনে লৈ গৈছে। এতিয়াও ভাল হোরাৰ লগে লগে আকৌ লৈ যাব | তেতিয়া কিমান কান্দিলে, কিমান অগ্রৰোধ কৰিলো, কোনেও মোৰ এটি কথাও নুশুনিলে ! আপোনাৰ প্রভাব ca কি হ'ল আপুনিওতো এটি বাৰ Pasta নললে। পুৰুষ ইমান নির্দয় apa মই জনা afer: আইক মোৰ মনৰ কথাবোৰ খুলি কলো। লাজ, সঙ্কোচ সমস্ত ala থৈ মোক মাত্র আপোনাকে লাগে বুলি কত কাবৌ৷ কৰিলে|! মোৰ আকুল অনুনয়লৈ কোনেও কাণষাৰ Para ভাবিছিলো, আপুনি গৈয়ে মোলৈ চিঠি Tara, কিন্তু সিও নহল। শেষত ময়ে কাকূতি মিনতি কৰি, ক্ষমা খুজি, আত্মা, মন গোটেই আপোনাকে উছৰ্গা কৰি এনেকি মৰিবৰ পৰ্য্যন্ত ভয় দেখুৱাই আপোনালৈ চিঠি দিলো। উঃ! ককাইদেও ! আপোনাৰ হৃদয় যে ইমান কঠোৰ মই ভাবিবই পৰা নাছিলো ।
তেওঁ কান্দিব ধৰিলে। গোটেই গাটোৰ ভিতবেদি এটা যেন বিক্ষোভৰ ভাব প্ৰকাশ পালে। শৰীৰৰ উত্তাপ বাঢ়িল। বৰ অশ্বস্তি বোধ কৰিবলৈ ধৰিলে; চকু মুখ মচি দি মই বিচিবলৈ ধবিলো। বৰ বেয়া হ’ল। দুৰ্ব্বল অৱস্থাত এনে দুখ আৰু ক্ষোভে তেওঁৰ বেয়াহে কৰিব। জ্বৰ অলপ বাঢ়ি যোৱাযেন লাগিল। মই তেওঁক সাস্বনা দিবৰ চেষ্ঠা কৰিলে" | প্রায় ছয় বছৰৰ আগব ৰুদ্ধ অভিমান আৰু আবেগ আজি আকু তেওঁ ৰোধ কৰি ৰাখিব নোৱাৰিলে। BRAS মোৰ