পৃষ্ঠা:বেদনাৰ মিঠা মাদকতা.pdf/৪৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

উমান

তই মোক এৰি থৈ যাওঁতে
দি যোৱা ঘাঁ টুকুৰ
আজিও সতেজ হৈ আছে
উশাহ লওঁতে
এটা বিষে কামুৰি ধৰে
তেতিয়াই
উমান পাওঁ মই
জীৱিত

৩২• বেদনাৰ মিঠা মাদকতা