বুজিব পাৰি ছাপাখানাৰ গৰাকীহঁতক তেওঁ না নিদিবলৈ মনে মনে eterন কৰি দিলে। ৰেঞ্জামিনক কামত লে চুক্তিপত্ৰৰ বলেৰে তেওঁৰ ওপৰত মোৰ্চনা কৰিব বুলি স্ত দেখুৱালে। তাৰ উপৰি জেন্চে তেওঁলোকক এই ক কৈছিল যে, বেঞ্জামিন এজন মান্তিক; তেওঁৰ খৃষ্টিয়ান ধৰ্ম্ম আৰু বাইবেলত আস্থা নাই। যথাৰ্থতে সেই সময়ত বেঞ্জামিনে চেক টুকবাৰী নামে এজন দাৰ্শনিকৰ গ্ৰন্থ পঢ়ি খৃষ্টিয়ান ধৰ্ম্মৰ প্ৰতি বিশ্বাস হেৰুৱাইছিল। বেঞ্জামিনে বোষ্টনৰ কোনে। ছাপাখানাত কাম নেপালে নাৰু ককায়েকৰ লগনীয়া কথাবিলাক তেওঁৰ কাণত পৰিল। এগিনাখন, ককায়েকে কিবা কথাত তেওঁক বৰকৈ তিৰস্কাৰ থাক নিৰ্দয় ভাবে বেত মৰাত তেওঁৰ তলত আৰু নেখাটে বুলি মুখৰ আগতে কৈ ছিলে। অৱশ্যে চুক্তিনামা পত্ৰখন জেম্চৰ হাতত থকাহেঁতেন বেঞ্জামিনে হঠাৎ তেওঁৰ অধীনত৷ জোকাৰি পেলাৰ নোৱাৰিলে হেঁতেন। কুৰাণ্টৰ স্বাৰ্থ ৰক্ষাৰ কাৰণে আচলখন ঘুৰাইদি গোপনে যিখন চুক্তিপত্ৰ কৰিছিল তাৰ কোনো আইনসঙ্গত বল নাছিল। তেওঁ ককায়েক চুক্তি নামাখন দেখুৱাই কৈছিল—এই খনৰ বলেৰে তুমি মোক বাধ্য কৰিব পাৰিলাহেঁতেন, কিন্তু এতিয়া ইয়াৰ ক্ষত নাই- গেচে নিজৰ ভুল বুজিব পাৰি একো উত্তৰ নিদিয়াকৈ ৰক্ষে মনে বল। এক হিচাবত পমিচালে বেঞ্জামিনৰ চৰিত্ৰত এই না
পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/৫৬
অৱয়ব