মোমিন নে দি দিলে। মেলাৰ আনবোৰ খেল৷ নোচোৱাকৈ সেই পেপাটো ৰজাই যাই তেওঁ ঘৰলৈ উভতি আহিল। তেওঁ পেপাৰ মাতও ইমান উৎফুল্ল 'হৈছিল যে, তা বলাই বলাই গোটেই পৰিয়ালটোক আমনি লগাইছিল। যেতিয়া তেওঁৰ ৰাই- ৰেকহঁতে গেপাটোৰ কাৰণে গোটেই গাল 'ছেণ্ট' দিয়া 'কথা জানিলে, তেতিয়া তেওঁলোকে তেওঁক ঠাট্টা কৰিবলৈ ধৰিলে। তেওঁ পেপা বলাই যি মানন্দ পাইছিল এতিয়া তাৰ দুগুণে বেজাৰ পাবলৈ ধৰিলে; মইন কি, কেকুৰি ফেকুৰি কান্দিবলৈও তৎ নেপালে। কিন্তু এই ঘটনাটিৰ পৰা তেওঁ এটি নীতি কৰিলে আৰু সেইটিয়ে তেওঁৰ জীবনৰ এট। মূল উপদেশ হৈ উঠিল। নীতি বচনটি এই—“তোমাৰ পেপাৰ কাষণে উঠিত মূল্যতকৈ অধিক নিদিবা!” এই নীতি বচনটো যে কেৱল বস্তু কিনা-বেচা কৰাতহে খাটে, এনে নহয়। জীৱনৰ প্ৰত্যেক সমজ্জাকে উদ্দেশ কৰি এই কথাটি কোৱা হৈছে। তেওঁৰ আত্ম-জীৱন চৰিতৰ এঠাইত কৈছে, "নু- বহুত দুঃখ দুৰ্গতি পেপাৰ যাবে অভিষিক্ত মূল্য দিয়াৰ কাৰণেই হয়। ইয়াৰ মৰ্ম্ম এই যে, মানুহে ভাবি চিত্তি নোচোৱাকৈয়ে কোনো কামত অতিৰিককৈ মন দিলে থাক কোনো কাৰ দোষ বুঝিও ডাঙ নাসক্ত হলে তাৰপৰা কষ্ট ভোগ কৰিব লাগে • Do not give too much for your whistle
পৃষ্ঠা:বেঞ্জামিন ফ্ৰেঙ্কলিন.pdf/১৫
অৱয়ব