সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বুৰঞ্জীৰ বাই পাচলৈ এই বিহাৰ প্ৰাকৃত মতে 'অষিতভবন', আৰু কাশ্মীৰৰ মানুহৰ মুখত পৰি 'অন্তভবন' বুলি জনাজাত হল। ৰাজচ'ৰাত স্তৌন্‌দা নামে লোহ বা তিব্বতদেশীয় এজন পণ্ডিত আছিল, তেওঁ কামৰূপেশ্বৰৰ গুৰু আছিল। অমৃতপ্ৰভাই যায়। এই নাম হল পিতৃৰাজ্যৰ পৰা স্তৌন্‌পাক কাশ্মীৰলৈ লৈ স্তৌপাই এটি বৌদ্ধস্তূপ নিৰ্মাণ কৰে, তাৰ “লো-স্তৌপ।”। অমৃত প্ৰভাৰ উদাহৰণ লৈ সতিনীয়েকৰ কীৰ্ত্তি নিষ্প্ৰভ কৰিবৰ মনেৰে মেৰবাহনৰ আৰু এগৰাকী কুঁৱৰী যুকদেষীয়ে “নড়বন” নামে বিহাৰ নিৰ্ম্মাণ কৰে; আৰু এগৰাকী সতিনীয়েক ইন্দ্ৰদেবীয়ে “ইন্দ্ৰদেবীভবন” নামে বিহাৰ নিৰ্ম্মাণ কৰে। মেঘবাহনৰ আন আন কুঁৱৰীয়েও তেওঁলোকৰ নিজ-নিজ নামে বিহাৰ নিৰ্ম্মাণ কৰে। তাৰ পাচত মেঘবাহন ৰজাই অহিংসাধৰ্ম্মৰ বিস্তাৰৰ কাৰণে কামৰূপৰ পৰা অনা বৰুণ-ছত্ৰ লগত লৈ- দিগ্বিজয় যাত্ৰা কৰিলে, যাতে আন আন ৰজায়ো জীৱহত্যা-নিষেধ আজ্ঞা মানি চলে। সৈন্যসামন্ত সহিতে যাত্ৰা কৰি মোহনে লঙ্কাদ্বীপ অধিকাৰ কৰিলেগৈ। লঙ্কাপুৰীত অহিংসাধৰ্ম্ম প্ৰৱৰ্ত্তন কৰি মেঘবাহন ৰজা কাশ্মীৰলৈ উভতি আহিল। একুৰি-চৈধ্য বছৰ ৰাজত্ব কৰাৰ পাচত মেঘবাহন ৰজাৰ মৃত্যু হয়। অমৃত প্ৰভাৰ পাচছোৱা কাহিনীৰ বিষয়ে একো জনা মাযায়। মেঘবাহনৰ পাচত শ্ৰেষ্ঠসেন ৰজা হয়, এওঁৰ নাম নাম প্ৰবাসেন আৰু তুঞ্জীন। এওঁ অমৃত প্ৰভাৰ পুজনে