—“বুৰঞ্জীৰ বাণী”ৰ দুখনি লগৰীয়৷ গ্ৰন্থ— ১। বুৰঞ্জীৰ কথা। অন্তৰ্ভুক্ত প্ৰৱন্ধাৱণী, মনৰ কথা। প্ৰাচীন ভাৰতত গাওঁ-উন্নয়নৰ প্ৰচেষ্টা। লিচ্ছাৰী-শিল্প। কোচৰ অসম আক্ৰমণ। কছাৰী বুৰঞ্জীৰ আখ্যান। অসম বুৰঞ্জীৰ কথা। মহাপুৰুষীয়া ধৰ্ম্মৰ বৈশিষ্ট্য। বৈষ্ণৱ-নিৰ্য্যাতন। ২। বুৰঞ্জী আলোচনা। অসমীয়া বুৰঞ্জী-সাহিত্য। ইউৰোপত অসমৰ জ্যোতিষ-পুত্ৰ। বঙ্গলা ভাষাত অসম বুৰঞ্জী। ডাঃ ওৱেৰ্ডৰ অসম-বুৰঞ্জী। আহোমৰ অভিধান শাস্ত্ৰ। অসমত নবাব মীৰজুমলা। আওৰংজেবলৈ মীৰভুমলাৰ চিঠি। লাচিত বৰফুকন। ৰুদ্ৰসিংহ স্বৰ্গদেৱ। অসমৰ উৎপন্ন-সম্পদ। ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱ চিকিৎসা-বিভ্ৰাট। কোপাই পানীফুকনৰ কথা। ইংৰাজ-অসমৰ সম্বন্ধ। আহোমৰ শেষযুগৰ বুৰঞ্জী। অন্তৰ্ভুক্ত প্ৰৱন্ধাৱণী,— অসমীয়া বুৰঞ্জীত শিৱাজী মহাৰাজ। সতী জন্নতীৰ কথা। মৰাণৰ ৰণচণ্ডী ৰাধা আৰু ৰুক্মিণী। মৰাণ ৰজা ভৰথসিংহ। মানৰ দিনৰ কথা। ওপৰোক্ত আটাইকেইটা প্ৰৱন্ধ অসমীয়া আলোচনী আৰু বাতৰি- কাকতত প্ৰকাশিত হৈছে। এই দুখন গ্ৰন্থ অলপতে ওলাব।
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২২১
অৱয়ব