সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২১৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ওপৰঞ্চি কুঁৱৰী — ফুলেশ্বৰী দেবী, অধিকা দেবী আৰু সৰ্ব্বেশ্বৰী দেৰীৰ বিষয়ে কিছু কথা পোৱা যাব। শান্তি আৰু जमন।— স্বৰ্গীয় লক্ষ্মীনাথ বেজবৰুৱা ডাঙ্গৰীয়া সম্পাতি বাহী, গুৱাহাটী, ১৫শ বছৰ, ১ম সংখ্যা, বহাগ ১৮৪৭ শক, পিঠি ৩০-৩১। “বাহী ৰ এই সংখ্যাৰ পৰা আৰম্ভ কৰি ১৭ বছৰৰ আ সংখ্যালৈকে এই পোন্ধৰ সংখ্যাত মহাৰাজ ৰাজেশ্বৰ সিংহ স্বৰ্গদেৱৰ ৰাজত্বকালৰ দীঘলীয়া বুৰঞ্জী ধাৰাবাহিকভাৱে প্ৰকাশিত হৈছিল। বৰ্ত্তমান প্ৰৱন্ধ সেই বুৰঞ্জীৰে আৰম্ভণি-অংশৰ পৰিবৰ্দ্ধিত পাঠ | শ্ৰীযুক্ত হুণ্ডীনাথ কলিতা সঙ্কলিত “সাহিত্য-মুক্তাৱলীত “বাহী”ত ওলোৱা অংশ সন্নিবিষ্ট হৈছে। 'বাহী”ত ওলোৱা বুৰঞ্জীখন পৰিবৰ্দ্ধিত কৰি ছপাবৰ কাৰণে যুগুত কৰি খোৱা হৈছে। হুৱলীয়া গামীকুকনৰ বীৰত্ব। স্বৰ্গীৰ লক্ষ্মীনাথ বেজবৰুৱা ডাঙ্গৰীয়া সম্পাদিত বাহী, গুৱাহাটী, ১৪শ বছৰ, ১১শ সংখ্যা, ফাগুন ১৮৪৬ শঞ্চ, পিঠি ৪৪-৪৪৬। স্বৰ্গীয় পদ্মনাথ গোহাই বৰুৱা ডাঙ্গৰীয়া সংকলিত “সাহিত্য-সংগ্ৰহ” গ্ৰন্থত এই প্ৰবন্ধ অন্তৰ্ভুক্ত কৰা হৈছে। স্বৰ্গীয় হিতেশ্বৰ বৰৱৰুৱা ডাঙ্গৰীয়াই ১৫শ বছৰৰ ২য় সংখ্যা “বাহী”ত প্ৰকাশিত এটা প্ৰৱন্ধৰ যোগেদি জনাইছিল যে দিহিঙ্গীয়া কাশী বা ডেধেৰা পানীফুকনৰ ছজনা পুতেক আছিল, বৰৈ আৰু চিৰৈ। বৰ্ত্তমান প্ৰৱন্ধৰ কুৱলীয়া পানীফুনেই হৈছে এই বৰৈ। গৌৰীনাথ সিং‍ স্বৰ্গণেৱৰ দিনত চিৰেয়ে যেধি নাম লৈ গুৱাহাটীৰ বৰফুকন ছয়গৈ। -- কীচিন্দ্ৰ বৰবৰুৱাৰ ৰাষ্ট্ৰীতি। - প্ৰযুত চন্দ্ৰধৰ বৰুৱা ডাঙ্গৰীয়া সম্পাদিত অসম সাহিত্য সভা পত্ৰিকা, যোৰহাট, ২য় বছৰ, ২য় সংখ্যা পুছ-ফাল্গুন, ১৮৪১-৫০ পক, পিঠি ৬৭-৭১। ৰৰবৰুৱা আৰু বৰফুকনৰ