বৰ অসম আৰু বুৰঞ্জীৰ বাণী। পম্পাদিত আৱাহন, কলিকতা, ৩য় বছৰ, ৪ৰ্থ সংখ্যা, মাথ ১৮৫৩ শক, পিঠি ৩৭ ৩৮৪। মূল প্ৰৱন্ধত ৰুদ্ৰসিংহ স্বৰ্গদেৱ আৰু পাত্ৰ-পত্নীৰ উক্তি থকা বুৰঞ্জীৰ পুথিৰ পাতখিলাৰ ফটোগ্ৰাফ সংযুক্ত কৰি দিয়া হৈছিল। স্বৰ্গদেৱৰ যোগল ৰাজ্য আক্ৰমণৰ প্ৰকৃত উদ্দেশ্য আৰু তাৰ কাৰণে কৰা আয়োজনৰ বিশেষ বিৱৰণ বৰ্তমান লিখকৰ দ্বাৰা সম্পাদিত "ত্ৰিপুৰা দুৰঞ্জীত পোৱা যাব। এই প্ৰৱন্ধ ৰচনা কৰা কালত “ত্ৰিপুৰা বুৰঞ্জী” পুথি লিখকৰ হাতত পৰা নাছিল। নগঞা শইকীয়া ভোটাই ডেকা।--- শ্ৰীমান্ বিৰিঞ্চি কুমাৰ বৰুৱা সম্পাদিত অৰুণ, কলিকতা, ৩য় বছৰ, ১ম সংখ্যা, ভাঙ্গ ১৮৫৭ শক, পিঠি ১১-১৭। এই প্ৰৱন্ধটি শ্ৰীমান্, উপেন্দ্ৰচন্দ্ৰ লেখাৰু সঙ্কলিত "কথা-সাহিত্য” গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে। ৰাজ্যৰ বৈৰী লালুক সোলা বুঢ়াফুকনক বধ কৰোতা ভোটাই বীৰৰ নাম আগৰ কালৰ প্ৰতিখন বুৰঞ্জীতে পোৱা যায়। বৰ্ত্তমান প্ৰৱন্ধৰ পৰা পঢ়ুৱৈসকলে বুজিব পাৰিব যে সতী জয়মতীৰ নিৰ্য্যাতনৰ মূলত আছিল লালুকৰ উচ্চাকাঙ্ক্ষা আৰু দুৰভিসন্ধি। এই যুগৰ বিস্তৃত বিৱৰণ পোৱা যাব, বৰ্ত্তমান লিখকৰ “ৰমণী গাভৰু" গ্ৰন্থত; "সম জীয়ৰী” গ্ৰন্থৰ জয়মতীৰ কথা থকা দ্বিতীয় খণ্ডত; আৰু আতন বুঢ়াগোহাঁই ৰাজমন্ত্ৰী ডাঙ্গৰীয়াৰ জীৱনী আৰু ৰূপকাহিনী থকা সুবৃহৎ ইংৰাজী গ্ৰন্থত। শেষোক্ত গ্ৰন্থ অলপতে ওলাব। কাৰেও পাঁজি-কটা শিক্ষা। - প্ৰীমান্ দেৱকান্ত বৰুৱা সম্পাদিত দৈনিক অসমীয়া, গুৱাহাটী, ১৯৪৭ চনৰ পহিলা এপ্ৰিলৰ সংখ্যা। বৰ্ত্তমান লিখকৰ “এন এছেনীৰ জাহান” নামে ইংৰাজী গ্ৰন্থত অলবীৰা বোৱা-কটা, আৰু মহাगान Trafice স্বৰ্গদেৱৰ তিনি গ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২১৮
অৱয়ব