সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/২১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

হাদিবাচকীৰ পৰা গণপবিষয়লৈ ২.১ কৰিলি” এই বুলি কলিতা ফুকনৰ পাৰে ককালত বা মাৰিলে; নিছিগাত থাকো ভিজিত কাটিলে। free ৰজাৰ দিনত দৰঙ্গৰ মাটি-পিয়লৰ বেমেজানি ঘটে আৰু প্ৰজাৰ ওপৰত উৎপীড়ন হয়। তাৰে প্ৰতিবাদ কৰিবলৈ চাৰিহাজাৰ দৰঙ্গী পাইক উজনিৰ ৰাজধানী পালেগৈ। ৰজাৰ নগৰৰ ওচৰত তেওঁলোকে জাৰাৱ কৰিবলৈ ধৰিলে, বোলে, “যদি আমাৰ গোচৰ ৰজাই ভালকৈ সোধে তেস্তে দৰঙ্গলৈ উভতি যাম। যদিহে নোসোধে তেন্তে আমি ইয়াতে মৰিম।” ইতিমধ্যে দৰঙ্গিয়ালৰ গতিৰোধ কৰিবলৈ যোৱাত বৰবৰুৱাৰ টেকেলাক দৰঙ্গিয়ালে ধৰি পাৰে মানে ক্লিালে। সেই সময়ত উজনিৰ ৰংপুৰ নগৰ দৰঙ্গীয়া প্ৰজাৰে নখৰ হৈছিল। তেওঁলোকে চকী-হাট নামানি অবৈধভাৱে উজনিৰ ৰাজধানীলৈ গৈছিল, তথাপি ৰজাই তেওঁলোকৰ আবেদন শুনিবলৈ বাধ্য হল, আৰু সেইমতে নৰক্ষৰ পিয়ল স্থগিত ৰাখিলে। গৌৰীনাথসিংহ স্বৰ্গদেৱে মৰাণৰ প্ৰকোপত উজনিত থাকিব নোৱাৰি গুৱাহাটী-নগাৱঁৰ পিনে পলাই আহিল। নগাৱঁত থকা কালত স্বৰ্গদেৱৰ বিষয়াসকলে বহুত অকাৰ্য্য কৰিবলৈ ধৰিলে। “সকলো বৰুৱা ফুকনে নগঞাৰ বাৰীৰ তামোল- পাণ আপুনি পৰাই অনাইছিল, জীৱাৰী ছোৱালী ধাই এনাই বিলাইছিল, প্ৰায়ে মাটিও লৈ খাট পাতিছিল।” এই উপপ্ৰৰ সহিব নোৱাৰি নগঞাইতে স্বৰ্গদেৱৰ বাহুৰ চাৰিও