সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৰবৰুৱা ডাঙ্গৰ মানুহ, কাৰ্যতো দক্ষ, এনেক্ষন থাকোতে শত্ৰু ভয় নাই। মন্ত্ৰণাৰ বলে কছাৰী ৰজাৰ বাবে সন্ধিকাৰী এজনা, মান্তৰ৷ যুদ্ধত ভন্ন হৈ কছাৰীৰ মাটিত ৰক্ষা যেখেলীৰ জয়সিংহ ৰজা এজনা, এই দুজনাক বিনাযুদ্ধে আমি স্বৰ্গৰ্গেৱৰ সেৱা কৰাই কীৰ্ত্তিচন্দ্ৰ নাম লনে, গোহাইবোৰৰ সন্মান পালে, আৰোৱানখনিতে নললে। এতিয়া মৰাণ কেউ পাশে, বলে নোৱাৰি ৰজা-প্ৰজাক ৰংপুৰ মগৰৰ পৰা সোণাৰী নৈলৈ পলুৱাই আনি শৰীৰ ৰক্ষা কৰিবৰ নিমিত্তে ৰজা-প্ৰজা সকলোকে এৰি সপৰিয়ালে পলালে। এতেকে জানিলোঁ বৰবৰুৱা ডাঙ্গৰ লোক হৈ কালত শৰীৰ-মোহত থাকি সকলো নীতি, মন্ত্ৰণা, মৰ্য্যাদা, অভিমান এৰি বিশ্বাসঘাতক নামি পাপলৈকে৷ ভয় এৰি ৰজা-প্ৰজা এৰি পলাল। এইটো কালৰহে বিক্ৰম।” ইয়াৰ কিছুপৰৰ পাচতে নাও নাৱৰা বিচাৰি একো যুগুতি কৰিব নোৱাৰি নিষ্প্ৰাণ হৈ বৰবৰুৱা স্বৰ্গদেৱৰ গ ওলালহি। তেওঁ নথকাত তেওঁৰ বিষয়ে অপবাধ ৰটাক কথা শুনি বৰবৰুৱাই মৰ্মান্তিক বেজাৰ পাই কলে, -- “মাও বিচাৰি ঢেকিয়াল ফুকন আৰু ডেকাব ভেঙ নাও নাপালেহি ময়ো মানুহ দি কৰাইছোঁ। থাক भই অৰ্গদেৱৰ বন্দী, কাৰবাক্যমনে। স্বৰ্গত্বেৰ চৰণৰ we areान। চকাতে শৰীৰ পৰিৰ, ভাপি স্বৰ্গদেৰ বছৰ এক ৰ