- কিৰাত সৈন্ত আৰু গজ-বাজি- পৰিবেষ্টিত হৈ কুৰুক্ষেত্ৰৰ সমৰ প্রাঙ্গণত থিয় হল তেতিয়া যুযুৎস্থসকলৰ - সকৌতূহল সৃষ্টি-কর্ণ writer লৈ সমगा আৰু অসমীর। বর্ণ-মানৰ আড়ম্বৰৰ পিনে নিক্ষিপ্ত হৈছিল। এই ভগদত্তবংশৰে ৰাজ্যমতী নামে কাক নেপালৰ লিচ্ছৱীবংশীয় লরদের নামে নৃপতিয়ে বিবাহ কৰিছিল। ৭৬১ খৃষ্টাব্দৰ এখন শিলালিপিত ৰাজ্যমতীৰ পিতৃলের হৰ্গদেৱক গৌড়-ও-কলিঙ্গ- কোশলপতি বুলি বৰ্ণোৱা আছে। ভগদত্ত ৰজাৰ পৰাক্ৰমসূচক কীৰ্তিচিহ্ন আজিও সুদূৰ ভাগলপুৰত দেখা পোৱা যায় । ১৮০৯ খৃষ্টাব্দত গোৰপুৰৰ বিৱৰণী থকা গ্ৰন্থত বুকানন-হেমিল্টনে লিখি গৈছে, “ভাগলপুৰৰ সম্মুখা-সন্মুখিকৈ দেউহা নামে নদীৰ সিপাৰে গাজীপুৰ জিলাৰ অন্তৰ্গত এডোখৰ ঠাইত পৰাগড় নামে অতি পুৰণা ধ্বংসাৱশেষৰ চিন চকুত পৰে৷ ভাঙ জোর একাত পূৰা মাটি জুৰি এটা দুৰ্গ থকাৰ অনুমান হয় । ইয়াৰ এক অংশ নৈয়ে খহাই দিছে। দুৰ্য্যোধনক সহায় কৰিবলৈ অহা কালত কামৰূপৰ ৰজা ভগদত্তই এই খয়ৰা গড় দুৰ্গ - নিৰ্ম্মাণ -কৰিছিল । ইয়াৰ ওচৰত এটা ঘূৰণীয়া শিলৰ খুটা দেখা পোৱা যায়, তাৰ মুৰটো সমান, কিন্তু ইয়াত কোনো প্ৰকাশৰ কাৰুকাৰ্য্য নাই। ওচৰত কোনো গৃহাজিৰ চিনচাব নাই, যোৰ হয় সেইবোৰ মাটিৰ তলত পোত গৈছে। এই শিক্ষ এখন দীঘল লিপি খোদিত আছে, পণ্ডিতসকলে ভাৰ পুৰণা আখৰবোৰ মাতিব পৰা নাই। এই লিপিখন বিকৃত হোৱাৰ
পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১৩
অৱয়ব