সমললৈ যাওক

পৃষ্ঠা:বুৰঞ্জীৰ বাণী.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

>8 বুৰঞ্জীৰ বাণী স্বৰ্গদেৱৰ আচ্ছা শুনি সনাতন কটকীয়ে গলভ কাপোৰ বান্ধি কলে, – “মই বন্দীকেহে কাটিব লাগে। স্বৰ্গদেৱে যি মহকিনাৰ শয়েক মানুহ বন্দীৰ লগত দিছে অ্যাপিও সেই মানুহহে আছে, ভিন্ন মানুহ মহয়। লৰালুৰিৰ মুখ চাবৰ নিমিত্তে, কাপোৰ-কানিধান ধুবলৈ আমি বন্দীহঁতেহে পঠাইছোঁ। মহকিনা গাৱঁৰ ওচৰতে ভাৰে ভাই-ভাতিজা সলনি হৈ বন্দীহঁতৰ লগত আছেহি। ইহঁতক কাটিলে- মাৰিলে কোনোবাই ৰাখিবনেকি? একোটি মানুহ কুৰি ৰংসৰেহে হয়। একোটা মানুহে একোখান পৰ্ব্বত। ডাঙ্গৰ শত্ৰু সনিটতে আছে। নাকাটি-নামাৰি ৰাখিলে এচুকত মেলিবলৈ পাব। কাটিলে-মাৰিলে স্বৰ্গদেৱৰহে টুটে।” এইদৰে কটকীয়ে ভালকৈ বুজোৱাত স্বৰ্গদেৱে স্বীকাৰ কৰি কলে,—“ভালছে কলি। কাটিলে মাৰিলে মোৰহে টুটে। ৰাখিলোঁতো। আৰ আপাহ কোন ঠাইত পাবলৈ আছে।” এইবুলি সনাতন কটকীক নিজৰ নাৱত ভুলি লৈ স্বৰ্গদেৱ গড়গাৱলৈ গল। তৃতীয় ঘটনাটো ঘটিছিল ৰাজপুত ৰজা ৰামসিংহৰ যুদ্ধৰ সময়ত গুৱাহাটীৰ ইটাখুলিত লাচিত বৰফুকনৰ গোপদৰত। ফুকনে হাজোৰ সমীপত বাহৰ কৰি থকা মোগল-সৈ আক্ৰমণ কৰিবলৈ বিশেষ কাৰণত হোঁহকা-পিছলা কৰি আছিল। কিন্তু স্বৰ্গদেৱ চক্ৰধ্বজ সিংহ মহাৰাজে বিলম্ব সহি নোৱাৰি বৰফুকনলৈ টানকৈ লিখাত অসমৰ সৈন্সই আলাবৈত