সমললৈ যাওক

পৃষ্ঠা:বুঢ়াভাষ্য বা ষোলযুগ তত্ত্ব.pdf/৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

শলাগনি।

 আমাৰ বহুতো পুৰণি পুথি বাহিৰলৈ নোলোৱাকৈয়ে নষ্ট হব ধৰিছে। এইখনো সেই শ্ৰেণীৰে। সংগ্ৰাহকে এই পুথি প্ৰকাশ কৰি ৰাইজক ইয়াৰ ৰসাস্বাদন কৰিব দিয়াৰ বাবে তেওঁ ধন্যবাদৰ পাত্ৰ। আশা কৰো আহা বাৰত ইয়াৰ টান পদ আৰু শব্দৰ সৰল ব্যাখ্যা সৈতে ই ৰাইজৰ আগত দেখা দিব পাৰিব; আৰু এনে ধৰণৰ অন্যান্য পুথি প্ৰকাশ কৰি আমাৰ ধৰ্ম্ম আৰু ভাষাৰ শ্ৰীবৃদ্ধি কৰিব।

বৰপেটা।
৩২ জেঠ, ১৮৬১।
শ্ৰীসোণাপতি দেৱ শৰ্ম্মা।