সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৯৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৯২ বুকাৰ বাচিংটন।

পালৌ। ডাকৰ লগতে কুমাৰী ডেভিড্‌্চনৰ পবা এখন চিঠি আহিল ) চিঠিৰ লগতে এখন ১২০০২ টকাৰ চেক্‌। দেখি আচৰিত হ’লো । ১২০৩২ টকা বোষ্টননগৰৰ ছুজনা মহিলাই দান কৰিছে। এই দুজন! মহিলাই পিচৰ বছৰতে| ১৮০০২ টকা দান কবিছিল। যোৱ| ১৪ বছৰ এই দুজন! মহিলাই প্রতি বছৰে ১৮০০২ টকা! আমালোকৰ ans দান কৰি আহিছে।

ঘৰ সজাৰ আগতে মাটি কটা কাম আৰম্ভ কৰা হ’ল। ল’ৰাবিলাকে নিভেই এই কাম হাতত ল’লে। অৱশ্যে এতিয়ালৈকে আগব স্বভাৱ এৰিব পৰা atta বহুতে ভাবিছিল বে, তেওঁলোকে লিখাপড়। কৰিবলৈ আহিছে, মাটি কাটিবলৈ অহা নাই। দি ঘি হউক, অলপ অলপ কৈ কাম কৰি তেওঁলোকে শাৰীৰিক পৰিশ্ৰমৰ উপকাৰিতা বুজিব পাৰিলে ।

মাটি কট| হ’ল। তাৰ পিচত মহাসমাৰোহেৰে “ভেটি প্রতিষ্ঠা” উত্সৱত মনোবোগ দিলে৷ 1

বোলবছৰৰ আগেয়ে সকলোবিলাক গোলাম আছিলো! | দক্ষিণ-অঞ্চলৰ এই ভাগতে গোলামবিলাকৰ খেতি-বাতি বেচি পৰিমাণে আছিল। নেই কাৰণেই এই বিভাগৰ নাম ক’ল| বা কৃষ্ণ-বিভাগ আছিল। তেতিয়াৰ দিনত friars লিখা-পঢ়া শিকোৱাটো সকলোৱে মহাপাপ বুলি ভাবিছিল। যি শিক্ষকে নিক লিখাপঢ়া fata খুজিছিল, তেওক সকলোৱে নিন্দা কৰিছিল, আন কি তেওঁ আইন অনুসাৰে দণ্ডনীয়ও হৈছিল। আজি তেনে সমাজৰ মাজত স্কুল গ্রতিষ্ঠাৰ মহোৎ্সৱ। আজিব দিনত সকলোবেই আনন্দ, সকলোবেই “TLS |

এই প্রদেশৰ শিক্ষাপচিবেই সভাপতি আছিল। তেও ঘৰ প্রতিষ্ঠাৰ 'আঁবস্তণি-বভূতা কৰিলে। ঘি ঠাইত ভেটি প্রতিষ্ঠৰ আয়োজন হৈছিল,