সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

নবম অধ্যায় ৯১

উত্তৰ-অঞ্চলৰ মাুহবিলাকেও টাস্কেগীৰ প্রতি aes দেখুৱাবলৈ ধৰিলে।

কুমাৰী ডেভিডচন এদিন এখন জাহাজত নিউয়ৰ্ক anata Safer) জাহাজতে এজন! ইয়াঙ্কী মহিলাৰ লগত তেওঁৰ কথা-বাতৰ| হৈছিল। যাবৰ সময়ত সেই মহিলাই তেওঁৰ হাতত ১৫০২ টকাৰ এখন ‘Ge’ নিবি দিছিল।

ধন তুলিবৰ কাৰণে শ্রীমতী ডেভিডগনে বৰ পৰিশ্ৰম কৰিছিল | কেতিয়াবা খোজ কাঢ়িবলৈকো তেওঁৰ শক্তি নোহোৱ| হৈছিল। এদিন তেওঁ বোষ্টননগবত এজন! নহিলাৰ,লগত দেখ। কৰিবলৈ গৈছিল। তেওঁ ভিতৰলৈ কাৰ্ড পঠালে । কার্ড পাই মহিলা গৰাকী বৈঠকখানালৈ আৰি দেখে, কুমাৰী ডেভিডচন চকি এখনতে টোপনি গৈছে !

কুমাৰী ডেভিডচনৰ অনেক কাম আছিণ। তেওঁ স্কুলৰে| এঙ্নন| শিক্ষন্নিণী আছিল; অনেক মহিলাক ঘৰতে শিকাইছিল, ate দেওবাৰে স্কুল এখন চলোৱাৰ ভাবে তেওঁৰ মূৰতে পৰিছিল | ইয়াৰ উপৰিও, rah স্কুলৰ সাহায্যকাৰ্বু বন্ধুন জলটন তেওঁ সময় সময়ে চিঠি দি zx অবস্থা জনাইছিল। এইদৰেই তেওঁ নানা ঠাইত টাস্কেগী za বন্ধু গোটাইছিল।

ঘৰৰ কাম আৰম্ভ হ’ল। পোৰ্টাৰ নামে awa চ'হাবে ঘব€ নিনিতে কিছু বেসি ধন দান কৰিছিল; নেই কাৰণেই তেওঁৰ নামে ঘবৰ নাম "পোটাৰ হন” ৰখা হ'ল এই ঘৰ সাজিবৰ নিমিত্তে আমি ধনৰ wore বৰ বেচিকৈ অনুভব কৰিছিলে ।

এবাৰ এজন পাওনাদাবক কথা দিলো, “অমুক তাৰিখৰ দিনা ‘আপোনাৰ পাবলগীয়| ১২০০২ টকা আদান কৰিন।” সেই তাৰিখ আহি পৰিল, কিন্ত হাতত এট। পইচ!ও নাই | দহোটাৰ সময়ত ডাক