নবম অধ্যায় | ৮৯
Vl এই কাৰণেই প্রথমতে cafes ধৰিলে৷) তাৰ পিচত ad হালে fifar কাৰখান| আৰু দোগাবী-শাল পাতিবৰো মন কৰিলে ।
টাঙ্গেগীত প্রথমতে এট! কণা ঘোবাৰে “পশুপালন” আৰম্ভ কৰিলে।। সেই ঘোবাটো এজন চাহাবে অনুগ্রহ কৰি দান কৰিছিল। alee আমালোকৰ 'পশুশালত” ২০০ মান থোৰা, খচ্চৰ, বলধ প্রভৃতি আৰু ৬০০ মান গাহৰি আৰু কিছুমান ভেৰা ছাগলিও আছে।
ল’ৰাৰ সংখ্যা দিনক দিনে বাঢ়িবলৈ ধৰিলে । পুৰণি ঘৰত এতিয়া ঠায়ে নতা হ’ল। এটা নতুন ঘৰ কৰিবৰ প্রস্তাব তুলিলে।। হিচাব কুৰি চালে।,
ঘবত আনুমানিক ২০,০০০২ টকা পৰিব। কিন্তু ইমান ধন ক’ৰ পৰা| পাওঁ? বিমোৰত পৰিলে । ইপিনে নতুন ঘৰ নকৰিলেও নহয়। বিশেষতঃ আমি ল’বাবিলাকক একে ঠাইতে ৰাখি আনালোকৰ আদৰ্শ অনুসাৰে গঢ়ি তুলিব খুজিছিলে।। ঘৰ নহলে তেনে কাম সম্ভব নহয়। পলম কৰাৰ গতিকে অতি সোনকালেই এটা ডাঙৰ ঘৰ কৰাই fax কৰিলে । .
লাহে লাহে আমাৰ ঘৰৰ কথা সকলো! ঠাইতে জনাজাত হৈ পৰিল। এদিন দক্ষিণ-অঞ্চলৰ এজন চাহাব-সদাগৰে মোক ক’লে, “গুনিছো, আপোনালোকে এট! নতুন ঘৰ সানিব খুজিছে; মই আপোনালোকক সকলে| কাঠ দিন, তাৰ দাম এতিয়াই দিব নেলাগে, আপোনালোকৰ সুবিধা অনুসৰি দিনেই হব।” মই তেওঁক satel, “আমাৰ হাতত এতিয়া| এট! পইচাও নাই)” তেওঁ ক’লে, “সেই কথ| মই জানো, তথাপিও মই আপোনালোকৰ মাটিত সোনকানেই কাঠ পেলাই দিয়াম ।” নই ক’লো, “আক কিছুদিন অপেক্ষা কৰক, আমাৰ হাতত অলপ ধন হওক। তাৰ পিচত আপোনাক জনাম ৷”