৮৮ বুকাৰ বাচিংটন।
মানুহবে সম্পত্তি -কোনো এক সম্প্ৰনান্নৰ নহয়। সকলোৱেই এই স্কুলৰ মালিক আৰু পৰিচালক ।- মাটিৰ মূল্য বিবৰ কাৰণে, মই চান্দাৰ বহি লৈ চাহাবসকলৰ ঘৰলৈকে| গৈছিলে।। মোৰ কাম দেখি চাহাব সকলেও এই স্কুলখন তেগলোকবে। সম্পত্ত বুলি বুজিব পাৰিলে। তেওঁলোকেও মোক নান! উপায়েৰে সাহায্য কৰিবগৈ আগ ations লাহে লাহে সকলোৱে ক+লা'বগাব প্রভেদ পাহৰি গৈ পঢ়াশাণীথনব উন্নতিত মন ঢালি দিলে।
এতিয়| টাঙ্কেগী স্কুলৰ চাহাববন্ধু অনেক । মই প্রথমবে পৰ| তেওঁলোকৰ লগত বন্ধুত্ব স্থাপন কৰি আহিছো ৷ আক দক্ষিণ-অঞ্চসৰ নিগ্ৰ’বিগাককো চাহাবসকলৰ লগত বন্ধু ভাবে থাকিবলৈ সদায় উপদেশ দি আহিছোঁ।
আনি স্কুলৰ নিমিত্তে ধন তুলিবলৈ ধৰিলে|! মেলা, প্রদর্শনী, মুষ্ট- ভিক্ষা, চান্দা আদিৰ পৰ| আমি তিনি মাহতে মাৰ্চেল চাহাবৰ ৭৫০২ টকা আদায় কৰিলো । তাৰ পিচত, ছুমাহতে বাকী ৭৫০২ যোগাৰ কৰি মাটিৰ গৰাকীৰ ধাৰ মাৰিলে|। মার্টিথিনি আমাৰ হৈ পবিল। অতি আনন্দৰ বিষয় এই বে, এই সমস্ত ধন, টাস্কেগীৰ চাহাব আক নিগ্’সকলৰ পৰাই পাইছিলে 11
ইয়াৰ পিচত আমি খেতি কৰিবৰ আয়োজন কবিলো। খেতি কৰিলে, EA আয় হব আক লগে লগে ল'বাবিলাকেও খেতি বাতি সম্বন্ধে যথেষ্ট অভিজ্ঞতা আজিব, আক লগতে আনি স্থখেৰেও এমুঠি খাব পাৰিম।
স্কুলৰ ল'বাবিলাকৰ অব্রন্থ। ইমান বেয়া আহিল, থে স্কুলত তিনি আহৰ বেচি, ধন খবচ কৰি থাকিব নোৱাৰে। গতিকে লোকে বাকী কেইমাহো যাতে ধন খৰচ কৰি থাকিব পাবে, তাবে দিথাত লাগি