সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৮৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অষ্টম অধ্যায়। ৮১

বব ভাল পাইছিল। অনেক ল’ৰাই gael, ষ্টক আদিৰ RATT ভাঁটো চৰাইৰ দৰে আওৰাব পাৰিছিল, কিন্তু জাৱনত বেঙ্ক এটাও দেখা! নাছিল। আন নালাগে, দোকানৰ খাতাপত্র আক টকা-পইঠাৰ হিচাবো বাথিব নাজানিছিল। মোটৰ ওপৰত তেওঁলোক সাংদাৰিক সকলো| বিবয়তে তেনেই অজ্ঞ আছিল।

এদিন এজন ল’ৰাক আফ্ৰিকাৰ চাহাৰানকভূমি নেপত নেখুরাবটল কোৱাত তেওঁ অনায়াসে দেখুৱাইছিল। আক এজনে নেপত চীনদে শৰ বাভধানীও দেখুরাইছিল। কিন্তু মাটিৰ উততব-দদ্দিপ, পৃব-পছিষম আৰি দিকবোৰ দেখুৱাব নোৱাৰে! ছোৱালীবিলাকেও মেঞ্জত গিলাচ, চামুচ বাটি আদি সজাৰ নাজানে। কিতাপৰ বিদ্যাই স'চাকৈয়ে তেওলোকক নুখ কৰিয়েই ৰাখিছিল।

চাওঁতে চাওঁতে এমাহৰ ভিতৰতে ছাত্ৰৰ সংখ্যা পঞ্চাশ হৈ পৰিল । erates ভিতৰতে আমি এজন| উচ্চশিক্ষিতা নিগ’মহিল| শিক্ষয়িত্ৰীস্বৰূপে onli) তেওঁ আগেয়ে নানা ঠাইত শিক্ষগিত্ৰী আৰু পৰিচাৰিকাৰ কান কৰি যথেষ্ট অভিজ্ঞতা লাভ কৰিছিল। তেওঁৰ নাম আছিল শ্রীমতী অলিভীয়। ডেণ্ডিচন ৷! শেষত তেৱে ই মোৰ গৃহিনী হৈছিল।

তেওঁ ema বৰ চোকাবুদ্ধিৰ মহিলা আছিল, আৰু সদায় নতুন নহুন ভাব তেওঁৰ মনত খেলাইছিল। তেৱে মোৰ দৰেই কিতাপৰ বিদ্যাক আদৰ নকবিছিল।

আমাৰ স্কুলৰ ছাত্রবিলাকে পিখাপড়। ভালেই কৰিছিল। কিন্ত agen আৰু শবীবপাপন সম্বন্ধে তেওঁলোকে অকণো বস্তু Rafer | ল’ৰাবিলাকে লেতেৰ| হৈয়েই স্কুললৈকে| অহাযোৱা ক্ৰিছিল। আমি বুজিলে।, প্রথমে তেওঁলোকক চাফচিকুণকৈ থাকিবলৈ শিক্ষা fai উচিত। দ্বিতীয়তে তেওঁলোকক te মানিবলৈ, হাতভৰি আৰু