সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৮০ বুকাৰ রাচিংটন।

তেওঁলোকৰ প্রত্যেকেই গোলামী-যুগত পঢ়াশুনাব লগতে এট! নহয় এট! শিল্প বিদ্যাও শিকিছিল।

ত্রিশজন ছাত্র লৈ পঢ়াশালি খোলা হ’ল। ময়েই একমাত্র শিক্ষক আছিলো) ছাতৰৰ ভিতৰত ল’ৰ| আৰু ছোৱালীবিলাক Bestia ওচৰৰ গাওবোৰৰ পৰাই আহিছিল। তেনেই কুমণীয়| বয়দৰ ল’ৰা-ছোৱালীক পঢ়াশাণীত নলৈছিলে। ৷ পোন্ধৰবছৰৰ কমে কোনো! ছাত্ৰই সেই স্কুলত ঠাই নাপাইছিল} থিবিলাকে আগেয়ে কিছু শিক্ষা, পাইছিল ব| বি শিক্ষকতা কৰিছিল, তেনে ধৰণৰ ল’ৰাক হে ES ভর্তি কৰিছিলে।। লাহে লাহে আৰু ছাত্ৰ ‘আহিবলৈ ধৰিলে।

প্রথমতে ঘি fsa ছাত্র লৈছিলে।, ৫ আগেয়ে শিক্ষক আছিল ৷ তেওঁলোকৰ প্রত্যেকৰ GI প্ৰায় ৪০ তকৈ ওপৰ আছিল) পিচত পৰীক্ষ/ কৰি আচৰিত হ'লে| যে, অনেক ছাত্ৰই সেই পিক্ষকসকলতকৈ বেচি জানিছিল। এই শিক্ষকপকলে ভাঙৰ ডাঙৰ কিতাপ পর়িছিল_-আক ভাঁঙৰ ডাঙৰ শব্দ ব্যৱহাৰ কৰিবলৈ ভাল পাইছিল; কোনো কোনোৱে লেটন আৰু গ্রীক? শিকিছিল। আৰু সেই কাৰণে নিজৰ নাম জাহিৰ কৰি ফুৰিবলৈ বৰ ভাল পাইছিল৷

eters বিদেশী ভাষা নিকাটে| বৰ গৌৰৱৰ বিষয় বুলি ভাবিছিল। মই আলাবামাত ফুৰি ফুৰে।তে এবাৰ এজন মানুহৰ ঘৰত সোমাইছিলে।। সেই ঘৰৰ ডেকাজন এটা! অতি ভগাছিগা ঘৰত ময়লা কাপোৰ পিন্ধি বহি আছিল, অথচ তেওঁৰ হাতত এখন ফৰাচী ভাষাৰ ব্যাকৰণ পুথি!

প্রথম, ল’ৰাবিলাকৰ পুথিগত বিদ্যা দেখি মই সঁচাকৈয়ে বৰ লাজ পাইছিলে।। তেওঁলোকে ব্যাকৰণ আৰু অঙ্কৰ হ্থত্রবোৰ মুখস্থ কৰিবলৈ

লোক এটাই কেইজনেই