অষ্টম অধ্যায়। ৭৯
চাহাব সকলৰ এনে বিশ্বাসৰ যথেষ্ট কাবণে। আছিল। ইমান বিন বিবিলাক নিগএ্’'ৱে লিখাপঢ| শিকিছে তেওঁলোক সকলোৱেই বাবু। আদিকালি তেওঁলোকৰ মূৰত টুপী, চকুত সোণৰ চচ মা, হাতত লাঠি আক ‘ভৰিত চৌখিন বুট | গতিকেই শিক্ষাই যে তেওঁলোকক একেবাৰেই বাবু কৰি তুলিব তাত কোনো! সন্দেহ নাই।
সি বি হওক, গ্ৰিক্ষা-বিপ্তাৰ fears দুজন বন্ধুৱে মোক যথেষ্ট সাহায্য কৰিছিল--এজন চাহাব, আন জন নিগ্ৰ’। চাহাবজনৰ নাম আছিল ভর্জ
aS কেম্পবেল। আক নিগ্র'নব নাম আহিল লুইস আডাম। কেন্পবেল আগেয়ে গোলামবিলাকৰ মালিক আহিল, এতিয়| তেওঁ এজন সদাগৰ | কিন্তু শিক্ষা সম্বন্ধে তেওঁৰ অভিজ্ঞতা তেনেই কম আছিল। আডাম আগেয়ে এজন গোলাম আছিল । এতিয়া তেও চামবা আক লোহা-পিতলৰ কাম কৰে। গোলাধী-বুগত তেও জোতা আৰু বোবাব লেকামাদি তৈয়াৰ কৰিছিল। তেওঁ কেতিয়াও পড়াশানিলৈ
হওক, এই দুয়োজন মানুহৰ জীৱন কৰ্ম্মময় আছিল। মোৰ শিক্ষা প্রণাণী তেওলোকে বৰ ভাল af স্বীকাৰ কৰিলে।
মই লুইচ আডামৰ বিচক্ষণতা আৰু ঠিন্তাখীনত| দেখি বাস্তবিকতে বৰ আচৰিত হৈছিলে।। fan নহণেও যে কৰ্ম্মই মানুহৰ মন পৰিমাৰ্জিত কৰিব পাৰে লুই আডামৰ জীৱনতে তাৰ চানেকী পোৱ| wal তেও গোলামী-যুগত শিল্প-কার্ষ/ত জীৱন যাপন কৰি অতি ওখ ধৰণৰ তিন্তাশক্তি অৰ্জ্জন কৰিছে। গোলামী-যুগৰ নিক্ষাই বাল্তবিকতে অনেকক কৰ্ম্মা আক চিন্তাণীল কৰি তুলিছে। এতিয়াও দক্ষিণ-অঞ্চলত যি কেইজন লেখৰ মানুহ আছে, তেওঁলোকৰ ভিতৰত নিগ্লোৰ সংখ্যাই অধিক, আক