সপ্তম অধ্যায় t aa
কাঠৰ সৰু কুঠবীতে স্কুল বহে। জাবকালি শিক্ষক ate ছাত্ৰবিলাকে বৰ বষ্ট পায়। কেতিয়াবা কেতিয়াবা চোতালত জুই ধৰা হয়। শিক্ষক আৰু ছাত্রবিজাকে মাজে মাজে বাহিবলৈ আহি জুই gata: ইপিনে শিক্ষক সকলৰ বিদ্যা-বুদ্ধি যেনে, চৰিত্ৰও তেনে ৷
কেৱল পীচমাহ স্কুল বহে। স্থূলবোৰত বোৰ্ডৰ বাহিবে আন সঁজুলি পাবলৈ নাই। এবাৰ এখন সক স্কুলত দোমাই দেখিলে৷, একেখন কিতাপকে পাঁচজন লৰাই পঢ়িছে!
সিৰ্জাথংৰ অৱস্থাও স্কুলঘৰৰ দৰেই | ঘৰবোৰ ভগাছিগা | ধৰ্ম্ম-প্রসাৰক সকলৰ বিদ্যা-বুদ্ধি আৰু চৰিত্ৰও শিক্ষক সকলৰ দৰেই |
আলাবামা প্রদেশত ফুৰি AALS অনেক মানুহৰ লগত দেখা শুনা কৰি তেওতোকৰ মনৰ গতি বুজিবৰ চেষ্টা কৰিছিলে।। এটা উদাহৰণ দিলেই আপোনালোকেও তেওঁলোকৰ মনৰ গতি বেচ বুজিব পাৰিব।
এবাৰ এজন নিগ্’ক মই তেওঁৰ বংশাৱলীৰ কথা স্থুধিছিলে।। তেওঁৰ বয়স তেতিয়া তিনি কুৰি। তেওঁ ক’লে, “মই ভাৰ্জ্জিনিয়াত উপজিছিলে 11 ১৮৪৫ চনত বিক্তি হহৈ আলাবামালৈ আহিলে11” মই তেওঁক পুনৰাই সুধিলে), “আপোনাৰ লগত আক কিমান মানুহ ইয়ালৈ আহিছিল ?” তেও উত্তৰ দিলে “আমি মোটতে পাঁচজন আহিছিলে।,--মই, মোৰ ভাই আৰু তিনটা খচ্চৰ ৷”
পশু আক মানুহ একে শ্ৰেণীৰ প্রাণী নহয়, নেই বুঢ়াৰ ধাৰণাই নাছিল। দৰাচলতে ক’বলৈ ।গ'লে, গোলামী কৰোতে কৰোতে মানুহ আৰু ABA মাজত একো প্রভেদেই নথকা হয়।