৭৬ বুকাৰ বাচিংটন।
হ’ল তেওঁলোকৰ পুৱাৰ আহাৰ ! ঘৰৰ গৰাকীয়ে হাততে কট. আক মাংস লৈ চোবাই চোবাই পথাৰলৈ যায়, তিবোতা-বিলাকে ঘৰৰ চুক এটাত বহি যিহতে পাই তিহতে তাৰে এসোপা লৈ খাবলৈ ধৰে, আক মাজে সময়ে কেৰাহিৰ পৰাই হাত ভবাই ata) ল’ৰাছোৱালীয়ে আলিয়ে পদুলিয়ে যিহকে পায়, তিহকে মুখত গুলি দুবে। লাৰাছেৰোলীবিলাকে vata মঙহ নাপাইছিল, কিয্ননে| মঙহৰ দাম বৰ বেচি।
ৰাতিপুৱাৰ আহাৰ এইদৰেই শেব কৰি ঘৰৰ ল’ৰাবুঢ়া সকলোৱেই পথাৰলৈ লৰ মাৰে, কেঁচুৱাবিলাকো বাদ নপৰে ৷ মাকহঁতে কেঁচুৱাবোৰক এঠাইত পেলাই থয্ন আৰু মাজে মাজে পিয়াহ দিয়ে ।
ছুপৰীয়| আক বাতিৰ আহাবে| এইদৰে চলে। তেওলোকৰ দৈনিক জীৱন এনেকুৱাই ; অৱশ্যে শনি আৰু দেওবাৰে বেলেগ | শনিবাৰে গোটেইটো পৰিয়াল নগৰলৈ আহে। সেই দিন! গোটেই দিনটে| বজাৰ কর্বোতেই যায়ঃ বজ্জাৰ কৰিবলৈ = সাধাৰণতে এজন মানুহৰ দহমিনিটতকৈ বেচি সময নালাগে, অথচ তেওঁলোকে মিছায়ে গোটেই দিনটো! ঘুৰি ফুৰে। ছোৰালীবিলাকে জুম পাতি গ| বেলাই ফুৰে, বহে, ধপাত খায় আৰু নাকত aT গোলে! দ্বেওবাৰে সকলে! সভালৈ WA) সেই সভাত কেৱল গল্পই চলে ৷
তেওঁলোকৰ আর্থিক অবস্থাও অতি শোচনীয়। প্রায় মানুহেই ধাৰত পোতখোৱা ) পথাৰত যিবোৰ শস্য হয়। আটাইবোৰেই পাওনাদাবব ওচৰত বন্ধক থাকে।
গাংবোৰত বহুতো পঢ়াশালি আছে। অথচ প্রাদেশিক চৰক্লাৰে সেইবোৰৰ নিমিত্তে একে| ব্যবস্থা বৰা নাই। ধর্ধমন্দিৰ বা