সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

সপ্তম অধ্যায়। ৭৫

Gata কল আক ৰংচঙীয়| ঘৰিও দেবিহিপৌ1। তেওঁলোকে একোটা কলত ১০০২ টকা আৰু একোট| ঘৰিত ৫০২ টকা দি কিনিছিল।

সেই বনস্তুবোৰে কেৱল ঘৰহে শোভা কৰিছিল;--তেওঁলোকে নেইবোৰৰ বাৱহাৰ একে| নেজানিছিল ) এবাৰ এঘৰ মানুহৰ তাত আলহী আছিলে।। দেই ঘৰতো বে।

ৰ বহুমূলীয়া ঘৰি আৰু কল আছিল। কিন্তু খাবৰ পৰত cal, আমি পাচজন মানুহে একেখন মেঙ্গতে বহি খাই, অথচ আমি আটাইকেইজন TILE মাজত চামুচ এখন আৰু কাট! এডাল! অথচ AB] ঘৰতে এট। টেবুল হাৰমনিয়্মো আছিল__তাৰ দাম ২০০৬টকা ! কাণ্ড দেখি অবাক wall দেই ঘৰ মানুহে ‘অবগেন’ বজাই সভ্য হ’বলৈ নিকিছে, ন্সথচ খোৱাৰে নিয়ম নেজানে}

আচবিত কথ| এই বে, বেচি ভাগ গৰাকায়েই হাবমনিক্সম বজাব নাজানে। আন কি তেওঁ(বলাকে ঘৰিত কেইট| বাজিছে, তাকে| কৰ নোৱাৰে। ঘৰি মেৰামতি কৰাটো দূৰৰ কথা, ঘৰিত চাৰি দিয়াও বহুতে নাজানে। চিলাই-কল্র অবস্থাও owt; কেৱল শোভা মাত্র। এইবোৰ বস্তুৰ গোটেহেঁখিনি দাম একেবাৰেই দিব নোবাবিছিল বুলিও মাহে মাহে Quid Bate দিয়েই আছিল |

এদিন এঘৰত পৰিয়ালৰ সকণে| নাক্ুহৰ লগত টেবুলত খাবলৈ বহিছিলো। দেখি আচৰিত হালে, টেবুলত কেনেকৈ খাব লাগে তাকে নেজানে। মই সেই দিন| আলহী আছিলে দেখি তেওঁলোকে মোক আনৰ দেখুৱাবলৈ টেবুলত খোৱাৰ দিহা কৰিছিল।

তেওঁলোকৰ খোবাবোবাৰ ব্যৱহাৰৰ কথা নো কি লিখি? পুৱাতে তিবোতাবিলাকে মাংদই হওক, নাইবা ডালিয়েই হওক, কেবাহিত বহাই দিয়ে, আক দহমিনিটসান গ’লেই AAR থয়। এয়ে