সপ্তম অধ্যায়। ৭১
আলাবামাত টাঙ্গেগী এখন সৰু চহৰ; লোক সংখা! ২০০০ জন) তাৰ ভিতৰতে ১০০০ জন faa’! দক্ষিণ-্সংশৰ ‘ক’লা বিভাগত’ এই চহৰ অৱস্থিত | বাম! প্রদেশত কেইবাথনিও feat ; কিন্তু প্ৰত্যেক জিলাতে নিখ্বোৰ সংখ্য চাহাবতকৈ অধিক। ঘি জিলাত টাস্কেগী নগৰ, সেই Fate চাহাবৰ
সংখ্য| তেনেই কম আছিল। সেই কাৰণেই অন্থমান হয়, সেই অঞ্চলক পক’লা-বিভাগ” বোল| হৈছিল।
নেই অঞ্চনৰ মাটি কানা আক meat আছিল। সেই কাৰণেই CHAT বুগত সেই ঠাইত অনেক কল-কাৰথান| আৰু ক'ৰবাৰ আছিল। এনেয়ে ক’লা মাটি, তাতে গোলাম থকা ঠাই; গতিকে সেই ঠাইৰ নাম ” হোৱ| একো আচৰিত নাছিল। আমি স্বাধীন হোৱাৰ ভাগ’ বুলিলে, সেই ঠাইকে বুজাইছিল। কিন্তু আদি Jal মানুহ বেচি, সেই ঠাইকে মানুহে পকঃলা-বিভাগ”
পকঃলা-বিভাগ
ভাবিছিল, টান্ধেগীত স্কুলৰ বববাৰী, সাজসৰঞ্জাম সকলো কৰল কাম আৰম্ভ কৰিলেই way আহি দেখে৷, সেইবোৰ একো নাই--আন কি স্থুল পাতিবলৈ ঠাইকে ঠিক হোৱা নাই ! এইবোৰ সঁজুলি নাছিল বুলিও, তাতোকৈ মূল্যবান বস্তু oe ঠাইত আছিল। সেই ঠাইৰ নিগ্ৰ’বিলাকৰ পঢ়াশুনাত ধাউতি আছিল। মই বুজিলে, যে এয়েই স্কুলৰ প্রমাণ ! এই আগ্ৰহৰ ওপৰতে স্কুলৰ ভেটি প্রতিঠিত হ'ব ৷ য’ত আত্মা! আছে, সেই ঠাইত দেহৰ অভাৱ নহয়।. Bram চহৰখন, নিগ্র'স্ুলৰ কাৰণে, বৰ ভাল ঠাই। চাৰিও কাযে নিগ্’গাওঁবোৰ। ঠাইখন কিছু নির্জন) ৰেলৰ আলিৰ পৰা প্রায় ৫1৬ নাইল আতবত ; অথচ সক সক কেইবাটাও ৰেক্ৰ আলিৰ