সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

wy বুকাৰ বাচিংটন।

মবক্কোবাসী বুলি চিনিব পাৰিলে, তেতিয়াই গোলমাল লাগি গ’ল। দেই ঘটনাব দিনাৰ পৰাই তেওঁ ইংৰাজী ক’বলৈ এৰি দিলে৷

এই ৰঙাল’ৰাবিলাকৰ লগত মই এবছৰ কটালে|। ইতি মধাতে মোৰ ভবিষাত জীৱনৰ Uae নিমিত্তে আৰু এটা সুবিধা ওলাল। এই সময়ত অনেক নতুন নিএ’ ল’ৰ|-ছোৱালীয়ে হেম্পটনত পঢাশুনা কবিবব নিমিতে আবেদন কবিছিল। কৰ অৱস্থা! তেনেই বেয়া আছিল। আন কি তেওঁলোকে স্কুলৰ মাছুলফেৰাকে দিব নোৱাৰিছিল। দেই কাৰণে, তেওঁলোকৰ নিমিত্তে BAB, মহোদয়ে এখন ‘ৰাতিৰ স্কুল” পাতিবৰ fret কৰিলে।

faq হ’ল,--সেই ল’ৰাছোৱালীবিলাকে দিনত ১০ ঘণ্টাকৈ কাম কৰি, বাতি ছুঘণ্টাকৈ স্থুগত পঢ়িব। দিনৰ কামৰ বাবে তেওঁলোকে '_ খোৱা"বোৱ৷ খৰচৰ উপৰিও কিছু ধন বেচিকৈ পাব। সেই ধন স্কুলৰ ‘ভঁৰালত জমা থাকিব। ছুবছবৰ মূৰত তেওঁলোকে দিনৰ স্কুলত পঢ়িবলৈ পাব। তেতিয়| সেই সাচনীয়া ধনেৰে চলিব পাৰিব। এই ছুবছৰতে লিথাপঢ়াৰ বাহিৰেও কিছু অর্থকবী বিদ্যাও নিকিব পাৰিব।

ৰাতিৰ স্কুল খোল! হ’ল। সেই স্কুলৰ ভাৰ মোৰ ওপৰতে পুৰিল। ১২ জনমান লৰা-ছোৱালী লৈ স্কুলৰ কাম আৰম্ভ কৰিলে।। দিনত ল’ৰাবিলাকে কাৰখানাত কাম কৰিবলৈ ধৰিলে। ছোবালীবিলাকে কাপোৰ ধুবলৈ ধৰিলে। ছুয়োট| কাম বৰ টান fea) তথাপিও তেওঁলোকে নিজ নিজ কান অতি মনোযোগেৰে কৰিছিল। এইদৰে কাম কৰিও তেওঁলোকে পড়াশুনা কৰিবলৈ যথেষ্ট সমন্ন পাইছিল। স্কুলৰ ঘণ্ট। বাজি গলেও তেওঁলোকে পঢ়| নেৰিছিল। অনেক সময়ত শুবৰ পৰ চৰি যোৱাতো তেওঁলোকে মোৰ পৰ| পড়া বুজি গৈছিল | ন

তেওঁলোকৰ কাম দেখি মই বৰ সন্তোষ পাইতিলে।। নিখা-পঢ়াত