৬২ বুকাৰ বাচিংটন।
ভালেই cafe, কিন্তু এটা কথা,--মোক প্রথমতে আপোনাৰ শেখব গথটোকে শিকাই দিগ্নক !”
নেই হে কওঁ, আমাৰ মানুহৰ ডাঙৰ চাকৰী কৰিবৰ আশাটো এই শেহৰ গণ শিকা কামবদবেই হৈছে।
মই ম্যেলডেনতে শিক্ষকতা কৰিবলৈ ধৰিলে।। এদিন হেম্পটনৰ পৰ| এখন চিঠি পালে|। সেনাপতি আমস্ীঙ্গে হেম্পটনৰ গ্ৰেজুৱেট, সকলৰ আগত এটা বন্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিছে। তেওঁৰ চিঠি পাই মই পৰম আনন্দিত হলে।। মই এই সম্মান লাভৰ যোগ্য cata দেখি-অলপ আচৰিতো হৈছিলো। সি বি হউক, কেইদিন মানৰ ভিতৰতে এটা বক্তৃতা তৈয়াৰ কৰি পেলালে৷।। মোৰ আলোচ্য ব্ষিয় আছিল “বিজয় লাভৰ Agata” |
এতিয়া! হেম্পটনলৈ বেল খোলা হৈছে। মই গোটেইবিনি বাট ৰেলেৰে গ'লে।। € বছৰৰ আগতে, মই কি কণ্ঠেৰে তালৈ গৈছিলে ‘আপোনালোকে জানেই । দেই অতীত আৰু বর্তমান তুলনা কৰি মোৰ গা ৰোমাঞ্চিত হৈ আহিল। আসি মোৰ কি ভাগ্য! এই পাচ বছৰৰ ভিতৰতে এনে ভাগ্য পৰিবৰ্ত্তন কাববাৰ হৈছে নে নাই মই ক’ব নোৱাৰে৷
হেম্পটনত মই বথেষ্ট আদব পালে৷ । স্কুলখনৰ এই কেবছৰৰ ভিতৰতে অনেক বিষয়তে উন্নতি দেখিলে|।। আমাৰ সমাজত যিবোৰ অভাব বা অমম্পূর্ণতা আছিল, দেইবোৰ গুচাবৰ কাৰণেই সেনাপতি AY আক তেওঁৰ সহকাৰী শিক্ষকশিক্ষগ্নি্বী সকলে অহোপুকযার্থ কৰ| দেখি মই নথৈ আনন্দ পাইছিলে |
অনেক সময়ত দেখ! যায় যে, শিক্ষা প্রচাবক সকলে সমাজৰ লৱস্থা বুজি শিক্ষদানব ব্যবস্থা! ANT). তেওঁলোকে ১০০০ মাইল আঁতৰত