এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
চতুৰ্থ অধ্যায় | ৫১
ৰাষ্ট্ৰীয় Gaia যে অকল তেওঁলোক বিৰোধী আছিল এনে নহয়। তেওঁলোকৰ উপদ্ৰৱপত আমাৰ ধৰ্ম্মমন্দিব, বিদ্যামন্দিৰ আদি অনুষ্ীনবোৰ তিন্থিব নোৱাৰিছিল। আচলতে আমাৰ কোনো কামেই তেওঁলোকৰ দিনত নিবাপদ নাছিল) তেওঁলোকৰ হাতত বহুত নিগ্ৰ’ৱেও প্রাণ নিয়ে । এবাৰ এখন সকন্থুবা যুদ্ধও হৈছিল। সেই যুদ্ধত ক'লা বগ| seal বিধৰ প্রায় zoo} ২৫০ মানুহে কাজিয়| কৰিছিল। সেই যুদ্ধত ভাল ভাল অনেক মানুহ আহত হৈছিল। মোৰ পুৰণি মালিক জেনাৰেল ৰাকনাৰে আমাৰ পক্ষ লৈ সিহঁতৰ লগত তর্ক কৰিছিল। ঝাঁভৰ ভিতৰত সিহঁতৰ গটাগুটণিত জেনাৰেল ৰাকনাৰে প্রাণ এবিলে । আমাৰ নিমিত্তেই সেই সাধুপুকষৰ প্রাণ গ'ল) ‘saree দিন আৰু এতিয়| নাই। দক্ষিণ অঞ্চলৰ বগা আৰু ক’লাৰ মাজত গ্রীতিভাবে দেখ! দিলে।