৫০ বুকাৰ বাচিংটন।
গাৱ'ৰ ভিতৰতে এট! লাইব্রেবী আৰু এখন আলোচনা সমিতি পাতিলে। ॥ ইয়াৰ বাহিৰেও ৰবিবাৰে কৰিবলগীয়া কেইবাটাও কাম হাতত ল নিজৰ স্কুলত পঢ়োৱাৰ বাহিবেও, তিনি মাইলমান আঁতৰত আক এখন স্থূলত ৰবিবাৰেও পঢ়াবলৈ ললে।। তাৰ বাহিৰেও কেইবাট| ল’ৰাকো সিহঁতৰ ঘৰতে পঢ়াবলৈ ধৰিলে।। এইবোৰ কামৰ বাবে স্কুলৰ তহবিলৰ পৰ| সামান্ত বানচো| পাইছিলে!। কিন্তু আছল wal ক’বলৈ গ’লে, মই ধনৰ লোভত এনে কাম কৰ| নাছিলে|। নিগ্রনমাজব উন্নতিৰ কাৰণেই মই ইমানবোৰ কাম আননামনেৰে হাতত লৈছিলৌ।
মোৰ পঢ়াদিনত মোৰ ককাইদেউ “জনে” কয়লাৰ খনিত কাম কৰিয়েই ঘৰ চলাইছিল। মোক সাহাবা কৰিবৰ নিমিত্তে তেওঁ পঢ়াগুন| একো? নকৰিছিল। গতিকে মই এতিয়া তেওঁক হেম্পটনলৈ পঠাবলৈ যত্ন কৰিতে তিনি বছৰ পঢ়ি তেৱেঁ| হেম্পটনৰ বিদ্যা শেষ কৰিলে। এতিয়া তেওঁ টাঙ্কেগীস্কুলৰ শিল্প-বিভাগৰ পৰিচালক। ‘জন’ তাৰ পৰা ঘূৰি অহাত, ছুয়ো মিলি আমাৰ তোলনীয়া ভাই 'জেমচকো+ শিক্ষাৰ নিমিত্তে হেম্পটনলৈ materi 1” তেৱে শিক্ষা সাঙ্গ কৰি ইয়াতে এট! ডাকঘ্ধত কাম ল’লে।
মোৰ প্রথম বছৰটো ( ১৮৭৭ চন) এই দৰেই গ’ল। এই সময়তে আমেৰিকাৰ চাহাব সকলৰ মাজত কেইবাটাও গুপ্ত সমিতি গঠিত হৈছিল।
তেওঁলোকে লাহে লাহে নিগ'জাতিক ৰাষ্ট্ৰীয় অধিকাৰ নিদিবৰ কাৰণেই কামেকাজে লাগি গ'ল। এই সমিতিবোৰৰ নাম আছিল, ‘কু-ক্ল, ক্চ ক্লেন’।
গোলামীৰ যুগত এনে ARS বহুত আছিল। সেই সমিতিব সভ্য সবলে ৰাতি নিগ্ৰ'বিলাকৰ মহলে মহলে ঘূৰি পহৰ| দিছিল] নিগ্রবিলাকে কিবা গুপ্ত পৰামৰ্শ কৰিছে নে নাই, কোনোবা ক’ৰবালৈ পলাই গৈছে নে নাই, এইবোৰ কথাৰ সম্ভেদ লৈছিল। সেইবোৰ সমিতিব দৰে এই ‘SEAS ক্রেন সমিতিবোৰে ৰাতি আমাৰ ওপৰত গুপুচৰৰ কাম কৰিছিল। আমাৰ