সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৫৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায়। ৪৯

কৰিছো, সেই হোটেলতে এদিন মই পইচ| খৰচ কৰি আলহি আছিলে! ৷ সংসাৰত এনে পৰিবৰ্ত্তন সদায় ঘটিবই লাগিছে। হোটেলৰ কাম এৰি মই ঘৰলৈ গ’লে।। আমাৰ ভাত নিগ্গ্ুলৰ এজন শিক্ষক নিযুক্ত veil এতিয়াহে মোৰ waa দিন আৰম্ভ হল | কিযপনো এতিয়াহে মই নিগ্র'বিলাকৰ নিমিত্তে কাম কৰিবৰ কাৰণে উপযুক্ত বুলি বিবেচিত হ'লো। ইমান দিনৰ পিচতহে মই নিজ্ব গার্তৰ মানুহৰ উন্নতি কৰিবৰ নিমিত্তে সুযোগ পাণে) প্রথনতেই বুজিলে।, কেৱল কেইখনমান কিতাপ পঢ়ালেই Rar fants ‘মানুহ’ wea) দ্বিঁতৰ সমস্ত জীৱনটো নতুন ভাৱে গঢ়িব লাগিব। দেই কাৰণেই ৰাতিপুৱা ৮টাৰ পৰ| ৰাতি ১০ট| পর্যন্ত খাটিবলৈ ধবিলৌ। ক্ষুণত [ৰ বাদেও SR আৰু গাওচোৱা মোৰ প্রধান কাম আছিল। নই ল’ৰাবিগাকৰ ঘৰে ঘৰে যাবলৈ ধৰিগে।। মই দিইতক গ| ধুবলৈ, কাপোৰ নিক! কৰিবলৈ, দাত মাগিবলৈ আৰু চুলি অতাবলৈ উপদেশ দিব ধৰিলে । তাৰ বাহিবেও নিজ হাতেৰে দিই হক অনেক কাম কৰিবলৈ নিকাইছিলে। । এইবিলাক কামৰ উপক্ষাবিতাও সিহঁতক বুজাইহিলে।। এই উপায়েৰে অতি" সহজেই নিগ্ৰ’গাবিলাকত স্থাস্থ্যবক্ষা আৰু শবীব পালনৰ নির্নমবোৰ প্রভাব হ’বলৈ ধৰিলে। HSA আৰু গা-ধোৱা সম্পর্কে মই প্রায়েই সিহঁতৰ আগত wee দিছিলে।। ঘি দিনৰ পৰাই নিএ্ৰ’বিলাকে ws মাঞ্জিবলৈ আৰম্ভ কৰিলে, সেই দিনাই সিহঁতে উন্নতি জথলাঁব প্রথম খোপত ভৰি দিলে । গাৱৰ মতা-তিৰোত| সকলে|, মানুহেই পিখাপঢ়। শিকিবলৈ মন মেলিলে৷ দিনত দিইতে নান| ঠাইত কাম কৰি পেটৰ ভাত মোকলাইছিল) সেই কাৰণেই পিহঁতৰ নিমিত্তে মই ‘ৰাতিৰ স্কুল’ স্থাপন কৰিলে।। প্রবমৰ পৰাই সেই Baw ছাত্ৰৰ সংখ্য| বাঢ়িবলৈ ধৰিলে। ৫০ বছৰায়| মানুহৰে| পঢ়াত ধাউতি ৰেখি মই আচৰিত হলে| |