সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

চতুৰ্থ অধ্যায়। ৪৭

‘াকিলোঁ। বাতি তিনিমান ব্জাত ককায়ে মোক তাতে জগালেগৈ। ৰাতিয়েই মোৰ আই ঢুকাল বুলি তেও বাতৰি দিলে ।

আইৰ মৃত্যু-বাতৰি পাই বৰ শোক পালো। আয়ে বহুত দিনৰ পৰা ভূগি আছিল। ইমান সোনকালে যে তেওঁ আমাক এৰি বাব, মই দেই কথা সপোনতো| ভবা নাছিলো। অন্তিমকালত তেওঁক সেবা কৰিবৰ মোৰ বৰ আকাঙ্ক৷ আছিল। শেষত তাৰ পৰও বঞ্চিত হ'লো। তেওঁৰ উত্সাহ আৰু আগ্ৰহতে মই লিখাশঢা কৰিব পাৰিছিলে| | তেওঁৰ অভাৱত মই বৰ ছুখ পালে| এনে ছুথ আৰু মই আগেয়ে কেতির্লাও পো! নাছিলে | ইয়াৰ পিচত মই আন নানা দুখকে দুখ বোলা নাই।

আইৰ ape পিচতেই আমাৰ ঘৰ ভাগিল। ভনীঞ্জনী সক; তাই কোন পিনে কি কৰিব? কেতিয়াব| এমুঠি খাবলৈ পাও, কেতিয়াবা নিও নহয়। তাৰ ওপৰত মোৰ চাকবী নাই। এই ছখৰ দিনত বাক্নাৰ পত্নীয়ে মোক এট! কাম দিছিল। তেওঁৰ কান কৰিয়েই মই হেম্পটনলৈ যোৱাৰ খৰচটে| উলিয়ালে।। ককাইদেৱেও দুটামান ছোলা গোটালে।

স্কুল খুনিবলৈ aie তিনি সপ্তাহ বাকী, এনেতে আমাৰ প্রধান শিক্ষপরিতী কুমাবী মেকীৰ পবা এখন চিঠি পাপে! | তেও মোক সোনকালে গৈ বববাবীবোৰ চাফ ৰাখিবলৈ মাতিছিল। তেওঁৰ চিঠি পাই মই বৰ zat হ'লে। আক পলম নকৰি হেম্পটনলৈ যাত্র| কৰিলে| ।

দেইখিনি পায়েই দেখো, কুমাবী মেকায়ে নিঙ্গ হাতেৰেই ঘৰ gate ক মেজ 'আদি সকলোবোৰ চাফ কৰিব লাগিছে। তেওঁৰ কাম দেখি মোৰ ছটা শিক্ষ। হ’ল। অতি সঞ্তান্ত বংশীয় আক উচ্চ শিক্ষিতা ভদ্র মহিলায়ে! সাধাৰণ বন্দি-বেটাৰ দৰে শাৰীৰিক পৰিশ্ৰম কৰিবলৈ লাজ নকৰে! কোনে! প্রতিষ্ঠানৰ কর্তা বা পৰিচালক হোৱ| মুখৰ কথ| নহয়। তেনে কামত যথেষ্ট দ্বায়িত্ব আছে। মেকীৰ দায়িত্্ঞান প্রবল আছিল। স্কুল বহাৰ