চতুৰ্থ অধ্যায়। ৪৫
সাহিত্য জগতত মই এজন বক্তা বুলিও feats) বক্তৃতা দিয়াৰ ক্ষমতা মোক কুমাবী লর্ডেই শিক্ষা দিছিল। কেনেকৈ উশাহ নিশাহ ল’ব লাগে, কেনেকৈ শব্দ উচ্চাৰণ কৰিব লাগে, কেনেকৈ শব্দত জোৰ দিব লাগে--এই এটাইবোৰ বক্তৃতাৰ আনুযঙ্গিক কথা মই তেওঁৰ পৰাই শিকৌ।
কেৱল বাক্যুদ্ধ বা কথাৰ মেবপাক দেখুৱাই ধন্যবাদ ল’বৰ নিমিত্তে মই বতুতা দিবলৈ অভ্যাস কৰা নাই--আৰু তেনে বক্তৃতা মই কেতিয়াও দিগ্নাও নাই। স’কৰে পৰা মই পৰসেৱাত জীবন পাত কৰিম বুলি ভাবিছিলে| । জগতৰ বিদ্যাভাণ্ডাৰ আৰু কৰ্ম্মকেন্দ্ৰবোৰৰ পুষ্ট সাধন কৰিবলৈ মোৰ বৰ arate আছিল। মনতে ভাবিছিলৌ, a কোনো! উপায়েৰে জগতৰ কিবা উপকাৰ কৰিব পাবে, বা কোনো অনুষ্ঠান আৰম্ভ কৰি তাত সফলতা লাভ কৰিব পাৰে, তেনেহলে সেই বিষয়ে জনসমাজৰ দৃষ্টিও আকর্ষন ‘কৰিব লগাত পৰিব। এইদৰেই সদনুঠানৰ প্রচাৰ, Axara বিল্তাব আৰু সদ্ভাবব এমাৰ আদি কামৰ নিমিত্তেই মই zest দিবলৈ শিকিছিকোন্কেব্বল মুখৰ মাহিল| মাৰি লোকৰ প্রশংসা ল’বৰ নিমিত্তে নহয়।
হেম্পটনত কেইবাখনো আলোচনা সমিতি আছিল। প্রতি শনিবাৰে সন্ধাপবত সেইবোৰৰ অধিবেশন বহিছিল। ইয়াৰ বাহিৰেও মই আক এখন সমিতি খুপিছিলে| | বাতি খোৱাৰ পিচত ২০ মিনিটমান সময় এনেয়ে নষ্ট হয়। ল’ৰাবিলাকে গল্প কৰি সেই সময়খিনি কটায্ন। ২০৷২৫ জন ল’ৰ| নিলি সেই সনঃথিনি ব্যৱহাৰ কৰিবৰ নিমিত্তে এখন আলোচন| সমিতি খোল! গ’ল।
facia বছৰৰ গৰমৰ বন্ধ আহিল। এই বাৰ মোৰ আৰ্থিক অৱস্থা
ভালেই আছিল; বিশেষকৈ আরে আঁক ককাইদেৱে কিছু ধন পঠিয্নাই ৪ °