সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতীয় অধ্যায় । ৪১

Saat অঞ্চলৰ পবা ছুখীয়| লাবাবিলাকলৈ পঠিৱ| হয়। কাপোৰৰ এনে বাবস্থা নথক| হ’লে, মোৰ দৰে দুখীয়া ল’ৰাই বিদ্যালাভৰ পৰ| বঞ্চিত হ’লহেঁতেন | ইমান দিন মাটিত ফটাকানি এসোপ| পাৰি শোৱাই মোৰ অভ্ঞান আছিল। হেম্পটনত কিন্তু প্রত্যেক ল'ৰাৰে দুখনকৈ বিছনা চাদৰ আছিল। ছুখন চাদবৰ ব্যৱহাৰ মই একো নুবুজিছিলে।। প্রথম ৰাতি দুখন বিহনা-চাদবকে পাৰি তাৰ তলত সোমাই শুইছিলে।। পিচ দিনা হে ভূল বুজিব পাৰিলো। তু

মোৰ লগতে আক কেইবাজনো ল’ৰা আছিল। তেওলোকে মোৰ অবস্থা দেখি বোধ কৰে! হাহিছিল। কিন্তু সেই দিনা কোনেও একো! নক’লে। পিচ দিনা তেওলোকক দেখিহে দুখন বিছনা চাদৰৰ বাৱহাৰ facet) তেতিয়াৰে পৰা এখন Saw পাৰি এখন গাত লও I

সেই স্কুলত মোতকৈ সক ল’ৰ| আন কোনো নাছিল। অনেক আ্বয়ণীয়| মতামাইকীয়েও পঢ়াপ্ডনা কৰিছিল। সেই সময়ত স্কুলত প্রায় চাৰিশ ছাত্র আৰু ছাত্ৰী আছিল। পঢ়াশুনাত সকলোৰেই আগ্ৰহ আছিল। অনেকৰ পড়াশুনা কৰাৰ বস পাৰহৈ গৈছিল। তেওঁলোকে, কিআগ্ন বা পঢ়| মনত ৰাখিব নোৱাৰিছিল; তথাপিও তেওঁলোকে পাৰেমানে চেষ্টা কৰিছিল। নাই! তথাপিও তেওঁলোক অকণে| বিচলিত নহৈছিল!

তেওলোকৰ ইমান আগ্রহ, উত্সাহ, অধ্যৱসায়, আৰু কঠোৰ সাধনাত

ব্রতী হোৱাব বিশেষ কাৰণে| আছিল। তেওঁলোক সকলোৱেই নিজ পৰিয়াল আৰু নিজ জাতিক উন্নত কৰিবলৈ উঠি পৰি লাগিছিল। cos- লোৰ কোনোৱেই নিজৰ aaa নিমিত্তে নাভাবিছিল। তেওঁলোকে সদায় পৰৰ কথা, ভবিষ্যত বংশধৰ সকলৰ কথা, আৰু গোটেই নিগঃজাতিব কথাঞ্ভারিছিল) সেই কাৰণেই লাভ, মান আৰু ভয়ে তেওঁলোকৰ কাব চাপিব নোৱাৰিছিল। ° ৰণ