সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৩৬ বুকাৰ বাচিংটন।

পবা তেওঁ মোৰ হৃদক়-পিংহাসন অধিকাৰ কৰি আছে তেওঁৰ চৰিত্ৰই মোৰ জীৱনৰ Berea | তেওঁৰ দৃষ্টান্ত সন্মুখত ৰাখিয়েই মই এই বিশাল কন্মক্ষেত্ৰত আগুৱাব পাৰিছে।। দেই Gata স্বভাব, মহাপ্ৰাণ, পৰোপকাৰী মহাপুৰুষৰ নাম--দেনাপ(ত চেমুয়েল ডি আমন্টরঙগ।

‘সৌভাগ্যক্ৰমে মই য়ুৰোপ, আমেবিকা প্রভৃতি দেশৰ বহুত জনাগুনা মানুহক দেখিছো, আৰু তেওলেকৰ লগত চিনাজজন| আছে। প্ৰকৃত ডাঙৰ মানুহ, আৰু তথাকথিত ডাঙৰ মানুহ--এই দুই বকমৰ ডাঙৰ মানুহকে মই দেখিছো। fea wife মই মুক্তকণ্ঠে স্বীকাৰ কৰিছো, যে, সেনাপতি চেমুয়েল area দবে, চৰিত্ৰবান, ধৰ্ম্মভীক, নানব-দেৱক ‘আজিলৈকে দেখা নাই। তেৱেঁই মোৰ চিন্তাবাজাৰ ‘একমেবান্বিতীয়ং) মহাবীৰ |

গোলাম্পটীৰ বিণলগা জীৱন, আৰু কয়লাৰ খনিব দুখ ভোগ কৰাৰ পিচতে, এই মহাপুৰুষৰ লগত চিনাজন| মোৰ পক্ষে পৰম সৌভাগ্যৰ FY) প্রথম ঘি দিনাই তেওঁক দেখিলে, অতকিতে তেওঁৰ ভৰিত মোৰ মূৰ দোঁ থালে। তেতিগাই বুজিলে, তেওঁ aaa অপাধাবণ গুণদম্পন্ নানৱসেবক | বিমানেই তেওঁক দেখিছো, তিমানেই তেওঁ মোৰ ভক্ত আবর্ষণ কবিছে। মৰণকাল পর্য্যন্ত তেও মোৰ পৰন আত্মীয়স্বৰপ আছিল।

বয়সব লগে লগে মোৰ অভিজ্ঞত| এই যে, “মানুহ alse নিমিত্তে কিতাপ-পঢ়াৰ আৱশ্যকতা বেচি নাই। কিতাস-পত্ৰ, কাকত, লাইব্ৰেৰী আদি নির্জার age মানুহ গঢ়িব নোৱাৰে। coma চহৰৰ পৰা যদি কোনোবাই স্কুলৰ ঘৰবাৰাঁ, পুধিপা্ি, ইটা-কাঠ, সঁজুলি, মেজ-চ|ক, সকলে| লৈ যায়, তেনেহণেও, দেই HAT একো হানি নহয্ন। কিয়নো,