৩৪ বুকাৰ বাচিংটন |
হালে) সি স্থুল নহয়-যেন ৰাজপ্রাসাদ ! এই বিবাট কষ্টালিকাই মোৰ মনভ এক নতুন জগতৰ বাতৰি আনি দিলে |
সেই ধুনীয়া ঘবটো| দেখি মই যেন নতুন জীৱন লাভ কৰিলে৷ সকলো নতুন বোধ হ’ল। আনন্দত মই আগত Vet) মই সঁচাসচিকৈয়ে দেই চিববাঞ্চিত স্বৰ্গৰাজ্যত উপস্থিত হ'লোহি |
মই অকণে| সময় নষ্ট নকৰি naa’ fate স্কুলৰ কৰ্তৃপক্ষৰ ওচৰত হাজিৰ হৃলে|। প্রধান শিঙ্গঠিত্ৰীয়ে মোৰ সাজপাৰ দেখি যোগ্য ছাত্র বুলি বিবেচনা Aza যেন পালে।। অথচ মোক খেদায়ে| নিদিলে। মই তেব ওচৰভে ঘুৰি পকি থাকিলে। নানা ৰকমে তেওঁক মোৰ ঘোগ্যতাব চিনাকি দিবলৈ Gu shea! Berns অনেক নতুন নতুন ল’ব| আহি মোৰ চকুৰ আগতে ভুঞ্জি হ'ল। মই একেবাৰেই হতাশ হৈ পৰিল) তথাপিও আশ! নেৰিলে ৷
অৱশ্যেত শিক্ষয়িত্ৰী মোৰ ওপৰত সদয় হ’ল। তেওঁ ক’লে, “সেইটো সোটা আছে, কোঠাটো সাবি পেলোৱাচোন ৷”
ম্ই বুজিলে--এযে মোৰ পৰীক্ষা { এই পৰীক্ষাত উত্তীর্ণ হ’ব পাবিকেই: মোৰ ৰক্ষা | ৰাকনাৰ চাহাংৰ ঘৰত ঘি শিক্ষা লাভ কৰিছিলে।," সেই শিক্ষা এতিয়া মোৰ কামত লাগিল। মই অতি আনন্দমনেৰে কোঠা চাফ কৰাত জাগি গ'লো । 3
কোঠাটে| তিনিবাৰ সাবিলে।। ওচৰতে এখন ঝাবণ বা মের্জ চাক aaj কাপোৰ আছিল। নেইখন গোকাৰি ল'লে|।। তাৰ পিচত য’ত যি ধূলি-বাপি আছিল, তাক পৰিদ্কাৰ কৰিণে।। ইয়াৰ পিচত এখন এখনকৈ ale, মেজ, চ’কি, দুৱাৰ, খিৰিকী প্রভৃতি Ve ঘি aw পালে! সকলোব্বোৰ = ভাৰি চ!কচিকুণ কৰিলে| y কাম শেষু কৰি শিক্ষরিত্রীক জনালে৷। তেওঁ এনা Sassy মহিলা আছিল। তেওঁ সকলোবোৰ, বস্তু ভালকৈ চকু