৩২ বুকাৰ বাচিংটন।
গোঁটেই বাটত নানা প্রকাৰে কষ্ট পাইছিলে।। এডোখৰ বাট খোজকাঢ়ি গৈছিলে।; কোনো ঠাইত গাৰোৱানব হাতে Sita ধৰি- মেলি বিনা খৰচতে গাৰীত উঠিছিলে।; আকৌ কেতিয়াবা লগত ধোৱা মানুহৰ পৰা! পইচা খুজি গাৰীৰ খবচ দিছিলে।। এইদৰেই ৰিচমঙ, নগৰ পার্লোহি ; ইয়াৰ পৰ! হেম্পটন প্রায় vo মাইল!
বিচমণ্ড পাওঁতেই ৰাতি হ'ল হাতত Atel এটাও নাই; ইপিনে গাঁৰ বৰণ Wali কাপোৰকানি মলিন, পেটৰ ভোকত তত নাই! কিমান মানুহৰ ঘৰত থাকিবৰ নিমিত্তে ঠাই খুজিলে! তাৰ লেখজোখ নাই। কোনেও মুখেবেই নেমাতিলে ! সকলোকে ধন লাগে; ধন দিলেহে তেওঁলোকে খোৱাৰ fred কৰি দিয়ে। ail মানুহে এই দৰেই অতিথি সতকাৰ কৰে! মই নিকপায় হৈ বাটে বাটে ঘূৰি ফুৰিলে।। ফুৰি কুবোতে, দোকানবোৰত অলেখ খোৱা| বস্তু সজাই খোর দেখিলো| তাৰ পৰা অলপমান কিবা পোৱা হলেও ধন্য মানিলৌ- হেঁতেন। সেই দিন| মোক কোনোবাই এটুকুৰ| মঙহ খাবলৈ দিয়া হলেও, মঈ ভবিষ্যতে ঘি ধন টিলোহেতেন, গোটেইখিনি তেওঁকে তাৰ মৃল্যস্বৰূপ দ্িলোহেতেন। কিন্তু কোনেও মোক অকণে! দয়| নকবিলে । গোটেই বাতি ভোকে লবোনে কটলৌ } 5
গোটেই বাতিটো এইদৰে ঘূৰি কুৰি কটালোঁ ৷ তথাপিও মই হতাশ হোৱা নাছিে|। হেম্পটনৰ পঢ়াশুনাৰ কথা মই এখন্তকো পাহৰিব পবা নাছিলে । লাহে লাহে বেচি ভাগৰ লাগিল, ofa ফুৰিব নোৱৰ| হলো) এখন তক্তাব তলত শুই পবিলে।। মাটিত শুই খৈলা- টোকে গাৰু কৰি লৈ হেম্পটনৰ কথ| জ’পিবলৈ ধৰিলো |
পুৱাই সাৰ পাই ;দেখেোঁ, মই এখন জাহাজ-বাটত শুই আছো|} তেতিয়াও ভোকত তত নাই। কুলীবিদ্লাকে states মাল