সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/৩২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

তৃতায় অধ্যায় লিখা-পঢ়াত কঠোৰ চেষ্টা!

এদিন santa খনিত কাম "কৰিছোঁ, এনেতে ছুট| কুলীৰ কথা-বাতবা শুনিবলৈ aia) সিহঁতৰ কথাৰ পবা বুজিলে", ভাৰ্জ্জিনিয়| প্ৰদেশৰ কোনে এঠাইত এখন অতি ডাঙৰ নিএ’স্কুল আছে। নিহঁতৰ কথা শুনিবলৈ মোৰ বর ধাউতি হ'ল। মই আন্ধাৰত খুপি খুপি পিইঁতৰ কাব চাপিলে।। শুনিলো যে, ভাৰ্জ্জিনিয়াৰ সেই স্কুলখন নিগ্ৰ'ৰ জাতীয় স্ুণ। তাত নিগ্ৰ’ৰ বাহিবে আন জাতিৰ ল’ৰ| aaa!

  • gaat লাবাবিলাকৰ নিমিত্তে তাত বিশেষ সুবিধা আছে। ঘবৰ পৰ| খবচ

আনিব নোৱাৰ| ল’ৰায়ো তাত পঢ়িবলৈ ata) দুখীয়া লবাবিলাকে ote বাস কঞ্চিধন ঘটিবও পাৰে। পঢ়াশুনাৰ লগে লগে অক অৰ্থকৰী বিদ্যাও শিকায়। এই সুযোগতে ছাত্রবিলাকে নিজব পঢ়াৰ খবচ নিজে উলিয়ায়। ভাৰ্জ্জিনিয়াৰ হেম্পটন্‌ নগৰতে এই স্কুল আছে) ইয়াৰ নাম “শিক্ষক আৰু শিল্প fami’) নেই স্কুগত নাম লিখাবলৈ মই তেতিয়াই মন মেলিলে।। মোৰ পক্ষে ইয়াতকৈ স্মুবিধাৰ ঠাই আঁক কি হ’ব? নিজৰ খব5 নিজে চলান ইয়াত অভিভাৱকৰ একে| আপত্তি থাকিব নোৱাৰে | মই হেম্পটনৰ নাম জ’পিবগৈ ধুৰিলে।। হেম্পটন ক’ত, আমি থকা ঠাইৰ পৰ| কিমান দূৰত, এইবোৰ কথ| মই একো নেজানে । খাওঁতে শোওঁতে হেম্পটনেই হে কেৱল হৰিনাম হ’ল! ৰ ক্লাব থনিত আৰু কিছুদিন" কান কবিনৌ। এই সম্যতে এটা