দ্বিতীয় অধ্যায়। ২৫
ওপৰত, সেই ঠাইতো কয়লাৰ সক সক অসংখ্য কুঠৰিবোৰ এন্ধ'ৰত চিনি লোৱ| বৰ সহজ কথা নহয়। সেই ঠাইত পূব, পছিম, উত্তৰ, দক্ষিণ _কোনো দিকেই ঠিক কৰি ল’ব নোৱাৰি। কয়লাৰ কুঠৰিবোৰ মই কোনো দিনেই চিনি ল’ব tal নাছিলে|। কেতিয়াবা কেতিয়াবা হঠাৎ লেম্প বা চাকি নুমাই গ’লে মহা বিপদত পৰিছিলে!। কোনো! কুলীক স্মুধি বা খেপিয়াইহে বাটকে চিনি পৃহিছিলে।। ইয়াৰ উপৰিও মৰণ ভয়েও মোৰ লগ নেৰিছিল-_কাৰণ তেনে দূৰ্ঘটনা প্রায়েই ঘটিছিল। প্রায়েই কয়লাৰ হেঁচাত পৰি অনেক কুলী সিপুৰি-লৈ গৈছিল। কেতিয়াবা al কয়লাৰ বাকদ বথা|পময়ৰ আগেয়েই ফুটিছিল, আৰু লগে লগে BAe অনংখ্য FA প্রাণ হেক্ৱাইছিল। কয়লাৰ খনিব কামৰ দৰে এই aay আক মাৰাত্মক কাম বোধ কৰে| এই সংদাবত আক নাই। বিবিলাক ল’ৰাই সকৰে পবা কল্মলাৰ খনিত কাম কৰে, সিহঁতৰ শাৰীবিক আৰু মানদিক শক্তি একেবাৰেই লোপ পায় আৰু আন কামত সিহঁত একেবাৰেই অকানিলা হয়।
ল’ৰকালত, লৈণৰ কলত অথব| কয়লাৰ খনিত কাম” কৰোতে মই অনেক, সময়ত বগামানুহৰ লবাবিলাকৰ মনৰ অবস্থা আক হৃদয়ৰ আকাজ্ক| কল্পনা কৰিবলৈ চেষ্টা কৰিছিলে।। ডেকা-কালত অনেক বাৰ" সেই একে কথাকে ভাবিছিলে|। তেওঁলোকে চেষ্টা কৰিলে যুক্তবাজযৰ সভাপতি হ’ব পাৰে--ডাঙৰ ডাঙৰ অনুষ্ঠানৰ পৰিচালক হ'ব পাবে, দেশৰ শাদক বা নেতা হব পাৰে--আঁৰু ধৰ্ম্মবাজকে| হব পাৰে । কোনেও তেওঁলোকৰ উদ্যম, আকাঙ্গ৷ আৰু আশাৰ বাটত আগ cool দিব নোৱাৰে | মই ott, মোৰে| যদি এনেবিলাক সুবিধা থাকিলহেঁতেন, ময়ো" তেনেকৈ জিলাৰ কর্তা, দেশব নায়ক, সামা স্থাপন-কর্তা আৰি পদবোৰ অতি সহদ্দেই পাব পাৰিলোহেতেন। কিন্তু হায়--নই বে