সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

২০ বুকাৰ ৱাচিংটন ৷

ইমানবোৰ কাম হোৱাৰ পিচতো মোৰ কপালৰ ফেৰত মই পঢ়াশালিত SS হ'ব lake) মোৰ অভিভাৱকে লোণৰ কলত মোক খটুৱাই ধন ঘটাত লাগি গ'ল। মোৰ সমনীরা ল’ৰাবিলাক সন্ধ্যস্কুলৰ পবা অহ|- যোৱা কৰা দেখি মোৰ বৰ অনুতাপ হ’ল। fe কৰিম ? নিকপায়! তথাপিও আশা Ait aay ভাগ কিতাপখনকে আগৰ দৰে পঢ়িবলৈ ধৰি্ণে।।

শেষত নিৰুপায় হৈ পঢ়াশালিৰ শিক্ষকৰ লগত এটা বন্গ্বন্ত কৰিলে| | কাম কৰি ৰাতি গৈ তেওঁৰ ওচৰত প'ঢ় আহিবলৈ ধৰিলে| | এইদৰেই ‘অনেকধিনি কথা শিকিলে।। মই ৰাতিৰ পঢ়াশালিৰ উপকাবিত। মোৰ জীৱনত বিমান উপলব্ধি কৰিছোঁ, মোৰ বিশ্বাস আন কোনেও কৰিব পৰা নাই। সেই কাৰণে এতিয়াও মই নিশ৷-স্কুলৰ পক্ষপাতী | এই অভিজ্ঞতাৰ ফলতে মই হাম্পটন্‌ আৰু Beate নৈশ-বিদ্যালয় স্থাপন কৰিছে! }

কেবল ৰাতিব স্কুলত পঢ়িয়েই মই mek নাছিলে।। দিনৰ পঢ়াশালিত নাম লগাবলৈকে| দৃঢ় সংকল্প কৰিলো| | কান্দি কাটি, san od বেজাৰ স্কবি শেষত অভিভাৱকৰ পৰা অনুমতি পালে! ৷ শেষত fax হ'ল যে, মই ৰাতিপুৱাই উঠি কলত ab) বজালৈকে কাম কৰিম, তাৰ পিচত gata গৈ, তাৰ পৰা আহি আকৌ আবেণি আৰু web কলত কাম কৰিম। কি কৰিম Sas যে নাই! আৰু এটা লেঠাত ART) আমাৰ পঢ়াশালি বহে ৯ বজাত--ইপিনে আমাৰ ঘবো বহুত দূৰত। , গতিকেই কলৰ কাম শেষ কৰি পঢ়াশালি পাওঁতে অনেক বেলি হয়। এই অসুবিধা গুচাবৰ নিমিত্তে এটা বুদ্ধি কৰিলে৷ । কলঘৰত এটা ঘৰি আছিল। সেই ease সকলোৱেই কাম কৰিছিল! মই লাহে আছে প্রতিদিনে vie যাতে থৰিটোৰ কাটা