সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

দ্বিতীয় অধ্যায়। ১৯

পাঠশালাৰ খৰচৰ বাবে সকলো| Farce’ মাহে মাহে কিছু ধন দিবলৈ স্বীকাৰ পালে। কিন্তু শিক্ষকক দবমহা। দিয়া বৰ কঠিন হৈ পৰিল] গতিকেই বন্দোবস্ত হ’ল যে, শিক্ষকে প্রত্যেক পৰিয়ালৰ ঘৰতে এদিন এদিনকৈ খোৱা-বোৱা কৰিব । এনেকৈ পইচা তুলি খোৱালোৱাৰ ব্যৱস্থা নিক্ষকৰ পক্ষে বৰ cal কাম নাছিল। Feral যি ঘৰত বি দিনা শিক্ষকৰ খোৱাৰ পাল আছিল, সেই দিন| তেওঁক আলহাঁৰ দৰে ভালকৈ খুৱাই- বুৱাই zat হৈছিল। মোৰ মনত ate, att ঘৰত সেই ‘মাষ্টাৰৰ দিন’ কেণ্িয়| আহিব, তাকে ভাবি ভাবি সুখ পাইছিলো, কিছনো নেই দিন| অতিথিৰ লগতে আমিও ante ভালকৈয়ে খাবলৈ পাইছিলে। | , এই ধৰণেৰে পঢ়াশালি কোনোবাই চলাইছেনে কি, মই ক’ব নোৱাৰে৷ গোটেই জাতিটো বেন এখন পঢ়াশালি--গাওঁ খনৰ ঘৰবোৰ যেন সেই পড়া শালিবে একোটা অঙ্গ-_চুঝুবিব প্রত্যেকটো মানুহেই পঢ়াশালিৰ ছাত্র, অভিভাবক আক পৰিচালক ৷ একে সময়তে গোটেই নিগ্ৰ’লজাতিৰ বিদ্যাৰম্ভ vq) এই Satara পৃথিবীৰ বুৰঞ্জীত কোন জাতিয়ে জাতীয় জীবন গঢ়ি তুলিব পাৰিছে?

এই শিক্ষাৰ আন্দোলনত যোগদান দিবলৈ নিগ্'সমাজৰ Salat পিচ পৰা নাছিল ল’ব|, ডেকা, বুঢ়া সকলোৱেই আগ্রহেবে লিখাপ্ঢ়া নিকিবলৈ ধৰিলে । মৰিবৰ আগতে অন্ততঃ বাইবেলখন পঢ়িব পাৰে, এই আশ| লৈয়েই চাৰিকুৰিবছৰ।য| বুঢ়ায়ো পঢ়াশালিত নাম লগালে। যেই সেই বকমৰ শিক্ষক পালেই য’তে ভ'তে পঢ়াশালি খোলা হ'ল। দিনৰ স্কুল, ৰাতিৰ স্কুল, ৰবিবাৰৰ স্কুল ইত্যাদি নানা eats পঢ়াশালিৰ সাহাব্যত নিথ+জাতিৰ মাজত অতি সোনকালেই বর্ণজ্ঞান, বানান, সবল whats আদি প্রচাৰ হ’বলৈ ধৰিলে। এইদবেই আমাজোকৰ জাতীয় পঢ়াশালি প্রতিষ্ঠিত হ'ল। চি আৰা