দ্বিতীয় অধ্যায় | ১৭
নেই সময়ত ভাঙ্ষিনিগগাত বিস্তৰ লোণৰ কাৰবাৰ চলিছিল। চহৰ খনত অনংখ্য লোণৰ কল আছিল। এনে এট! কলতে ‘Awe’ কাম কৰিছিল। সেই কলৰ ওচৰতে তেও এটা থকা কুঠবীও পাইছিল। আমি আগেয়ে থকা কুঠবীতকৈ এই কুঠৰী বেয়াহে আছিল।
গোলামপটীৰ কুঠৰী বেয়া হলেও, তাৰ sees আনি নুকণি sere পাইছিনে।, ইয়াত কিন্ত দেই কণৰে| অভ্ব। কুঠবীবোৰ ইমান লগালগি আক তাৰ চাৰিওকাষে ইমান জাবৰ আৰু ময়ল| যে, সেই ঠাইৰু নৰক ও বেচি কোৱ| লহয়। [মাৰ ওচৰচুবুৰীয়াৰ মাজত ক’লা আক বগা এই ছুই বিধৰ নামুহেই আছিল । বগানানুহবিলাক অতি নী5জাতৰ আছিল। তেওঁলোকৰ বিদ্যা-বুদধি, ধৰ্ম্মভ় আক পৰিষ্কাৰ-পৰিচ্ছন্নত একোৱেই নাছিল। বৰঞ্চ/ অধৰ্ম্ম, By আক কুনংস্কাবৰ মাজতেই ভেওঁলোক ডাঙৰ-দীঘল হৈছিল।
মোৰ বয়ন তেনেই কম আছিল। তথাপিও মোৰ ‘পিতাই’ ars লোণকলৰ এটা কঠুমতে wae দিলে। মোৰ ককাইদেও | ‘জিনে! আন এটা কামত সোমাল।. আমি ৰাতিপুৱা ৪ নৌ’ বাজ্জোতঙেই কামলৈ যাও ।
লিখা-পুঢ়। শিকিবৰ মোৰ বৰ মন গৈছিল। অতি সৰু কালৰে পৰা মোৰ ইচ্ছা আছিল, আন একো কাম কৰিব নোৱাৰিলেও, অন্ততঃ GA কেইটা মান আখৰ চিনি পাওঁ| আৰু কেতিয়াব। aft লিখা-পঢ়া শিকিব পাৰে, সাধাৰণ বাতৰি-কাকত আৰু দুখনমান সাধাৰণ কিতাপ পঢ়িব পাৰিলেই যথেষ্ট বুলি ভাবিম।
ইয়ালৈ আহিয়েই আইক কৈ কোনো মতে eagles ‘বৰ্ণপৰিচয় এখন গোটালে।। অতিননোযোগেৰে কিতাপখন পঢ়িবলৈ ধ্বিণে।।