সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

প্রথম অধ্যায়। ১৩

চাওঁতে চাওঁতে যুদ্ধ শেষ হ’লহি; আমাৰ মুক্তিৰ দিন আহিল। গোলাম- পটীত আনন্দৰ সীমা নাই। যুজৰ গতি দেখি আমি স্বাধীনতা পাম বুলি আগেয়েই জানিছিলে|। দক্ষিণঅঞ্চলৰ প্রভুসকল des হাৰি উভতিবলৈ ধৰিলে। ইয়াঙ্কী সেনাবোৰে আক্ৰমণ কৰিব বুলি ভাবি প্রভুদকলে তেওঁ- লোকৰ টকাকড়ি-অলঙ্ক'ৰ আদি বহুমূলীয়া বস্তুবোৰ মাটিত পুতি থবলৈ ধৰিলে। সেই , ধনৰ বখীয়াও আমাকে পাত্তিলে। ইয়াঙ্কী দেনাবিঙ্গাকক আমি খাবলৈ আৰু থাকিবলৈ দিছিলে।, কিন্তু আমাৰ গবাকীদকলে বিশ্বাস কৰি ৰাখি যোৱা বস্তুবোৰ সিহঁতক দেখুৱাই দিয়া নাছিলে 1 |

দিন বিমানেই ওচৰ চাপি আহিল, সিমানেই গোলামপটীত গানৰ কোৰ চৰিল। গানবোৰত স্বাধীনতাৰ কথা আছিল। আগেয়েও আমি সেই গানকে গাইছিলে।। কিন্তু, ‘স্বাধীনত৷) মানে পাৰত্ৰিক স্বাধীনতাহে * a1) এতিয়া হলে '‘স্বাধানতাৰ’ অর্থ, ইংজগতৰে স্বাধীনতা বুলি কবলৈ ভয় নকৰা হলে । ৰ

‘নেই মহানন্দৰ ”আগদিন| বাতৰি পালে| বে» পিচদিনা "ৰাতিপুৱা বৰবঙ্গলাৰ ৪5বত এখন ‘বিশেষ সভ| হব। সেই দিন| ৰাতি আমাৰ টোপনি ater) toa পুরা আমি সকলোটি গৰাকীৰ ঘৰৰ আগত গেট খালেগৈ। পরভু-পৰিয়ালৰ সকলোটি বাহিৰত ৰিয়াধিয়িকৈ আছিল। তেওলোকৰ মুখত অলপ বেজাৰৰ চিন দেখা গৈছিল। Git মনে ধৰিলে বেন, তেওঁলোকে আর্থিক ক্ষতির কাবপে বেঙ্গাৰ পোৱা নাছিল। বৰং ইমান দিন লগে-ভাগে থকা মানুহবিলাকক বিদায় দিব লগাত ছে বষ্ট পাইছিল। তেওঁলোকৰ লগতে আক এজন নতুন মানুহ দেখা পালো| | বোধ হয়, তেওঁ যুক্তৰাজ্যৰ কে'নোবা,এজন কৰ্ম্মচাৰী ও এটি” চুটি Re দিনে আক কাগজ এখনৰ পৰ|

হু