সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

• 100 সপ্তদশ অধ্যায়। ১৬৩ । হার্ভার্ডৰ এম, এ উপাধি ল'বৰ নিমিত্তে কেম্ব্রিজ নগৰলৈ গ'লে । । অতি সমাৰোতেৰে বিশ্ববিদ্যালয়ে মোক উপাধি-পত্ৰ দান কৰিলে। তাৰ পিচত সভাপতিয়ে যি সকলে মোৰ দৰে উপাধি পাইছিল, তেওঁলোকক এটা ভোজ দিলে । সেই ভোজত আনবিলাকৰ পিচত বক্তৃতা কৰিলো। মই ক'লোঁ— " “আজি হার্ভার্ড বিশ্ববিদ্যালয়ে মোক সম্মান কৰি গোটেই নিগ্র’- জাতিক সম্মান কৰিছে । আপোনালোকে যে মোক এনেকৈ সম্মান কৰিছে, তাৰ বাবে আপোনালোকেই দায়ী । ম‍ই এই ' সন্মানৰ উপযোগী হ'ব পৰা হ'লে যে, যা ৰপৰনাই সুখী হলোহেঁতেন, সেই বিষয়ে অকণো সন্দেহ নাই। মনন্দ পাইছো। সি যি হওক, এই উপায়েৰে আপোনালোকে আমেৰিকাৰ এটা ডাঙৰ সমস্যাৰ মীমাংসা কৰিব খোজাত মই বৰ কিয়নো যুক্তৰাজাৰ শিক্ষিত আৰু ধনী মানুস কলে অশিক্ষিত আৰু দুখীয়া জনসাধাৰণৰ লগত মিলাপ্ৰীতিৰে থাকিব পাৰিব — বৰ্ত্তমানত সেই কথাই আমেৰিকাবাসীৰ প্ৰধান ভাবিবৰ বিষয় । সৌ যে• দূৰত বিকনষ্ট্ৰীটত প্ৰকাণ্ড অট্টালিকাবোৰ আছে, তাৰ মানুচবিলাকে আলাবামা প্ৰদেশৰ কুঁহিয়াৰ তলিৰ কুলীবিলাকৰ তপত নিশ্বাস অনুভৱ কৰিব পাৰে নে ? যুক্তৰাজ্যৰ স্বদেশসেৱক সকলৰ এতিয়া আৰু আন কাম নাই। কি উপায়েৰে লাখ লাখ দৰিদ্ৰ, অৱনত আৰু পদদলিত নৰনাৰীৰ কান্দোন শিক্ষিত, ধনবান আৰু উন্নত মানুহৰ কাণত সোমায়, সেই বিষয়ে আলোচনা কৰক । সেই সমস্যাৰ মীমাংসা কৰিবৰ কাৰণেই হার্ভার্ড বিশ্ববিদ্যালয় ব্ৰতী হৈছে বুলি অনুমান কৰে।। আমেৰিকাৰ সৰ্ব্বশ্ৰেষ্ঠ বিশ্ববিদ্যালয়ে মোৰ দৰে নগণ্য কৃষ্ণাঙ্গ, উচ্চশিক্ষাহীন নিথ'ক সম্মান কৰি এই