সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৬৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ৰহ

১৬০ বুকাৰ ৰাচিংটন ।

পা্িয়ামেণ্ট্ৰ কমন্স সভাৰ ঘৰত" ীযুক্র Vial নহোদয়ব লগত মোৰ অনেক কথাবাতৰ| tela) তেওঁ আফ্ৰিকাৰ বিষয়ে অনেক গল্প কৰিলে। সেই কথাৰ পৰা Gera নিগ্র'ৰে মাতৃভূমি আফ্ৰিকালৈ উলটি গলে একো at নেপাব। গতিকে আমেৰিকাকে তেওঁলোকে জন্মভূমি আৰু মাতৃভূমি বুলি মুনি, গোৱা eGo) এতিয়| আমেৰিকাই তেওঁলোকৰ স্বদেশ আক স্থৰ্গভূমি | ৰি

মই এই চাবিজন gia ইংৰ্বজৰ গাৱ লীয্লা"বৰতো থাকিবৰ Wats পাইছিলে।। তেওঁলোকৰ পাৰিবাৰিক ate সামাজিক অবস্থা দেখি, তেওঁলোকক আমেৰিকাবাপীতকৈ বেচি সুদী বুলি অন্ুযান হ’ল। তেওঁলোকৰ পাৰিবাৰিক আৰু গৃহস্থালী প্রথাবোৰ আদর্শ যেন লাগিল । তেওঁলোক সুখেৰে থাকে আৰু কলৰ দৰে কামকাজ সম্পন্ন কৰে।

এই দেশৰ চাকৰেও বেচ ভদ্রতা জানে । আমেৰিকাত চাকৰ পোৱাই নাযায়। আৰু পালেও সিহঁতে গিৰীহঁতক মুঠেই মান নকৰে। আমেৰিকাৰ চাকৰে বুজে বে, চাবিবহবধানব ভিতৰতে সিহঁত মালিক হ'ব। ইংলণ্ডৰ চাকৰ চিৰকাল চাকৰেই থাকে, গতিকে উচ্চ আকাজ্ক। দিহতৰ নাই। কোন নিয়ম ভাল, তাৰ উত্তৰ মই দিব নোৱাৰিলে।। *_

ংলণ্ডত মানুহে আইন্‌ আৰু শাসন-প্রণালী মানি oral অতি সহজেই তেওঁলোকে ডাঙৰ ডাঙৰ কামবোবো কৰিব পাৰে। ইংৰাজ জাতি ধীৰ জাতি--সকলে| ‘কামতে তেওঁলোকে বেচি সময় নিয়ে) কিন্তু আমেৰিকাৰ মানুহবিলাকৰ স্বভাৱ ইয়াৰ ঠিক বিপবীত।+ তেওঁলোক সদায় অস্থিৰ, সদায় উদ্বিগ্ন আৰু চঞ্চল, মনে মনে থাণ্চি ধীৰভাৱে কোনো কাম কৰিব নেজানে। ধীৰ ইংবাগবিলা্ষে চঞ্চল ইয়াঙ্ধীতটক কোনো ওুণেই কম কাম কৰা নাই।

্মামেবিকাবাসীৰ তুলনাত ইংৰাজবিলাক গম্ভাৰ আৰু alta ।