সমললৈ যাওক

পৃষ্ঠা:বুকাৰ ৱাচিংটন.pdf/১৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষোড়শ অধ্যায়।

য়ৰপত তিনিমাহ ।

১৮৯৯ চনত, অর্থাৎ মোৰ ৩৯3০ বছৰ বয্ননত মই a সুবিধা পাওঁ। এই wail af আচৰিত বকমে বটিছিল। ‘আগেয়ে WAS কুৰিবৰ কাৰণে মোৰ Rei ইচ্ছ৷ বা Cel নাছিল!

এদিন সন্ধ৷৷নমত্বত Gants কেইজনমান Sate afer স্কুলৰ নিমিত্তে ধন তুপিবৰ কাৰণে এখন সভা পাতিহিল। বৰ ধুবধানৰে সভাৰ * Tc হৈছিল৷) ময়ো সেই সভাত উপস্থিত আছিলো। asa মোক দেখি ক'লে;--"ৰাচিংটন মহাশগ, আপোনাক বৰ oa Gal গৈছে। আপুনি খাটি খাটি তেনেই কাহিল হৈ পৰিছে। আপুনি কিছু দিনৰ নিমিত্ত কামৰ পৰা অৱসৰ লোৱা উচিত। অন্ততঃ মনৰ চিন্তা কন কৰিবৰ অৰ্থেও ‘আপুনি কিছুদিন জিৰণি লোৱ| ভাল।” তেওঁৰ Mis: আন এঙ্কনে ক'লে "এই দেশ এৰি আন” ঠাইলৈ গলেও আপোনাৰ চিন্তাৰ কিছু লাঘৱ হব) ‘আঁতৰত থাকিলে আপোনাৰ স্কুলৰ নিমিত্তে চিন্তা কমি আহিব। ‘আৰু আপুনিও ছুদিনমান মুকলি মুৰীগাকৈ ফুৰিব পাৰিব। দিনৰ fal . ভাবি থাকিবৰ একো প্রয়োজন নহব। ইয়াৰ পিচতে এজনা মহিলাই সুধিলে, “আপুনি--কেতিয়াব| য়ৰপলৈ গৈছিলে নে ?” মই আন হৃজনৰ কথাত একো উত্তৰ নিদি কেৱঁল তেওঁলোকৰ সন্থানুভূতিৰ নিমিত্তে ধন্তবান দিলো। কিন্তু মহিলা জনক উত্তৰ দিলো,_যবপটণ যোৱাৰ wal মই ইমান দিনে * ভবাই নাই৷”