পঞ্চদশ্ব অধ্যায় 1 ১৪৭
কিনলি মহাশয়ে ঠিয় দি সভাক অভিবাদন কৰিব খোজোতেই আকৌ গভীব জয়ধ্বনি আৰম্ভ হল)
সভাসমিতিত aga কৰিবলৈ গলেই প্রায়েই (বিপদত পৰিব লগীয়া হয়; এনে ahs কিছুমান হুজুগপ্ৰিয় আন্দোলনকাৰীৰ হাত এৰোঁৱা বৰ কঠিন । তেওঁলোকে ৰাতিটোতে ধেই ‘নেই মানুহকে ডাঙৰ কৰিব পবা মত প্রচাৰ কৰি ফুৰে। বিনা পৰিশ্ৰমতে নিগ’ভাৰ্তিক উদ্ধাৰ কৰিব পৰা বুধি ওলাইছে বুলি হাটে asta, জাহিৰ কৰি দুৰে। তোুলোক tet, সহিফুতা প্রভৃতি গুণৰ পক্ষপাতী নহয়। তেওঁলোকে অনেক সময়ত তর্কৰ খাটিরতে তর্ক কৰে।, তর্কবুদ্ধত হাৰিলেও তেওঁলোকে হাৰ নেমানে! এনে ধৰণৰ তাৰ্কিকক মই দুৰৰে Fal নমস্কাৰ করবো) তথাপিও এনে মানুহৰ হাতত পৰি মই অনেকবাৰ মিছাতর্কতে সময় আক শক্তি নষ্ট কৰিব লগাত পৰিছিলো।
আক “এজাত মানুহ আছে, তেওঁলোকে ডাঙৰ তাজ নিচে পিচে ঘুবি আমোদ পার। তেওঁলোক এক প্রকাৰ উৎপাতদ্বৰূপ | নিজৰ একো কাম-কাজ নাই, কেৱল লোকৰ সময় নষ্ট কৰাই তেওঁলোকৰ ধৰ্ম্ম। এদিন ঝ্েষ্টননগবত সন্ধ্যাসময়ত এখন ডাঙৰ সভাত বক্তৃতা কৰিছিলোঁ । পি5দিনা অতি পুবাতেই এখন কার্ড আহি উপস্থিত। মই aah কৈ উঠি বৈঠকখানাতে ভদ্রলোকৰ লগত দেখ! কৰিবলৈ গলো। গৈয়েই দেখো, cos আগৰে পৰ| বহি আছে। তেওঁ wa “কালি বাতি আপুনি বেচ ভাল কথা কৈছিল। মোৰ শুনি ভাল লাগিছিল,। আঙ্জিও ছু-সাষাবমান ভাল কথ! শুনিম বুলি sate আহিছোঁ। i ৰ
মোৰ বন্ধু সকলে অনেক সময়ত মোক সোধে, “ৱাচিংটন £--তুমি ইমান সময়ত মোক কত পোৱা ? সদায় তোমাক বাহিৰতে ঘূৰা দেখে;