পঞ্চদশ অধ্যায়। ১৪৩
অভিভাষণৰ নকল এট! পঠালো। তেওঁ তাৰ উত্তৰ দিলে__“আপোনাৰ অভিভাষণ অতি আগ্রহেবে পঢ়িলে।। আটলাণ্টা "প্ৰদৰ্শনীত আন একো কাম নকৰি, কেৱল আপোনাৰ TQS কাৰণেই সন্মিলন পতা হলেও, সেই অনুষ্ঠানৰ একো অঙ্গ হানী নহলহেঁতেন। আপোনাৰ বক্তৃতাত ক'না-বগ! সমাজৰে যথেষ্ট উপকাৰ হব 1” নি ef ইয়াৰ কিছুদিনৰ পিচতে ক্লীভলেগু প্রদর্শনী চাবলৈ আহিহিল। নেই Haas মই তেওঁৰ লগত দেখা কবিছিলো। মোৰ অনুৰোধত তেওঁ নিগ্ৰ’বিভাগৰ বস্তুবোৰ অতি আগ্ৰহেৰে চাইছিল। এই স্ববিধাতে নভা-মাইকী অনেক fears তেওঁৰ লগত হাত জোকাৰি face কৃতাৰ্থ মানিছিল। অনেকে তেওঁৰ নিজ হাব চহি ৰাখিবলৈ বৰ আগ্ৰহ কবিছিল। তেরে! অতি আথহেবে বহিত বা কাগত নিগ্গৰ নাম লিখি লিখি দিছিল। ইয়াৰ পিচতে| কেইবাবাৰো মই তৈওৰ লগত দেখা শুনা কৰিছিলোঁ; কিন্তু যিমানেই "তেওঁৰ কাষ চাপিছিল, তিমানেই মই তেওৰ গুণত মুগ্ধ হৈছিলে। |
মোৰ স্বজাতি ভাই সকলে প্রথমতে মোৰ বক্তৃতাৰ বৰ সুখ্যাতি কৰিছিল। লাহে "লাহে তেওঁপোধৰ সেই মত বৰণি হল। তেওঁ লোকৰ মনেৰে মই চাহাব-সকলৰ প্রশংসা বেচি কৰিলো, আৰু লগে লগে মই আমাৰ জাতিৰ অধিকাৰ আৰু Hale কথ| জোৰেৰ প্রগাৰ নকবিলো। তেওঁলোকৰ মতে মই নিগ্রজাতিৰ কৰ্ত্তব্য পালনত ক্রটী কৰিলে।। এই ভাব তেওঁলোকৰ মনত দকৈ সোমাবলৈ ধৰিলে। লাহে লাহে তেওঁলোকে মোক কাগজেপত্রম নিন্দা কৰিবলৈ ধৰিলে । মই ভাৰু আকু দ্াাগ্নিত্বহীন, গতিকে সুবিধা পায়ে| মই নিগ্ৰ’জাতিৰ কান উদ্ধাৰ কৰিব নোৱাৰিলে|। নিএ+নমাজত মোৰ বদনাম ফাটি ফুটি পৰিল *
51